পিতা-পুত্ৰৰ মিলন । অধ্যায় ২৯ । Chapter 29 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ২৯


পিতা-পুত্ৰৰ মিলন


অনুশীলনীঃ


(১) খালী ঠাই পূৰ কৰা-

(ক) সাম্ৰাজ্য বঢ়াবলৈ ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল।

(খ) সীতাই বাল্মীকি ঋষিৰ আশ্ৰমত আছিল।

(গ) লৱ-কুশই মহা প্ৰৰাক্ৰমী ভৰত, শত্ৰুঘ্ন, লক্ষ্মণ আৰু হনুমানক বন্দী কৰিলে।


(২) ৰামে লৱ-কুশৰ লগত যুদ্ধ কিয় নকৰিলে ?

উত্তৰঃ ৰামে সেই বালকৰ বীৰত্বত মুগ্ধ হৈ পৰিল। তেওঁ দুয়োৰে পৰিচয় জানিবলৈ বিচাৰি যুদ্ধ নকৰিলে।


(৩) বহুতো ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰা কিয় নধৰিলে ?

উত্তৰঃ বহুতো ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰা নধৰিলে কাৰণ ঘোঁৰা ধৰিলে ৰামৰ সেনা লগত যুদ্ধ কৰিৱ লাগিব আৰু ৰামৰ সেনা লগত যুদ্ধ কৰিলে পৰাজিত হব সেইবাবে ঘোঁৰা নধৰিলে।


Apurba Kakati