ৰামৰ বীৰত্ব আৰু বিবাহ । অধ্যায় ৪ । Chapter 4 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu Solution Assam Sankardev School | Class 4 Ramayana Sadhu Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ
অধ্যায় ৪
ৰামৰ বীৰত্ব আৰু বিবাহ
(১) খালী ঠাই পূৰ কৰা -
(ক) মিথিলাৰ ৰজা জনক আছিল ।
(খ) ৰজা জনকক হৰধনু পৰশুৰামে দিছিল ।
(গ) লক্ষ্মণৰ বিয়া উৰ্মিলা ৰ লগত, ভৰতৰ বিবাহ মাণ্ডবীৰ ৰ লগত, শক্ৰঘ্নৰ বিবাহ শ্ৰুতিকীৰ্তিৰ লগত হৈছিল ।
(২) উত্তৰ লিখা -
(ক) জনক ৰজাৰ জীয়েকৰ নাম কি ?
উত্তৰঃ জনক ৰজাৰ জীয়েকৰ নাম সিতা আছিল।
(খ) ৰজা জনকৰ গুৰু কোন আছিল আৰু তেওঁ কাৰ ভক্ত আছিল ?
উত্তৰঃ ৰজা জনকৰ গুৰু পৰশুৰাম আছিল । তেওঁ শিৱৰ ভক্ত আছিল ।
(গ) ৰজা জনকৰ কি চৰ্ত আছিল ?
উত্তৰঃ ৰজা জনকৰ চৰ্ত আছিল যে সীতাৰ বিয়া সেইজন বীৰৰ লগতহে হ'ব যিজনে হৰধনুখন দাঙি লৈ তাত গুণ জুৰিব পাৰিব এইটো ৰজা জনকৰ চৰ্ত ।
(ঘ) হৰধনু কিয় ভাঙি গ'ল ?
উত্তৰঃ ৰামে ধনুখন দাঙি গুণ লগাবলৈ চেষ্টা কৰোঁতেই ধনুখন ভয়ংকৰ শব্দ কৰি ভাঙি গ'ল ।
(ঙ) স্বয়ম্বৰ কাক বোলে ?
উত্তৰঃ স্বয়ম্বৰ হ'ল আগৰ দিনত ৰজা-মহাৰজাই নিজৰ কন্যা বিবাহ দিবলৈ যি অনুষ্ঠান পাতে তাকে স্বয়ম্বৰ বোলে ।
Apurba Kakati