Chapter 4
ৰামৰ বীৰত্ব আৰু বিবাহ
১। ভাৰতৰ পূৰ্ব দিশত কি নামৰ নগৰ আছিল ?
(ক) মিথিলা
(খ) ওদালগুৰি
(গ) কৰিমগঞ্জ
উত্তৰ- (ক) মিথিলা ।
২। ৰজা কেনেকুৱা আছিল ?
(ক) বৰ জ্ঞানী
(খ) বৰ অজ্ঞানী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বৰ জ্ঞানী ।
৩। ৰজা জীয়াৰীৰ নাম কি আছিল ?
(ক) তাড়কা
(খ) কৈকেই
(গ) সীতা
উত্তৰ- (গ) সীতা ।
৪। ৰজাৰ নাম কি আছিল ?
(ক) ৰাৱণ
(খ) জনক
(গ) শত্ৰুঘ্ন
উত্তৰ- (খ) জনক ।
৫। ৰজা জনকৰ গুৰু কোন আছিল ?
(ক) পৰশুৰাম
(খ) বিশ্বামিত্ৰ
(গ) বশিষ্ঠমুনি
উত্তৰ- (ক) পৰশুৰাম ।
৬। পৰশুৰাম কাৰ ভক্ত আছিল ?
(ক) ৰাম
(খ) গণেশ
(গ) শিৱৰ
উত্তৰ- (গ) শিৱৰ ।
৭। পৰশুৰানে কাক ধনুখন দিছিল ?
(ক) জনক
(খ) নাচিকেতা
(গ) ৰামক
উত্তৰ- (ক) জনক ।
৮। ৰজায়ে কাৰ স্বয়ম্বৰ পাতিলে ?
(ক) তাড়কা
(খ) শূৰ্পনখা
(গ) সীতাৰ
উত্তৰ- (গ) সীতাৰ ।
৯। শিৱয়ে হৰধনু কাক দিছিল ?
(ক) জনকক
(খ) পৰশুৰামক
(গ) ৰামক
উত্তৰ- (খ) পৰশুৰামক ।
১০। স্বয়ম্বৰত হৰধনুখন কোনে দাঙিছিল ?
(ক) ৰামে
(খ) লক্ষ্মণে
(গ) ৰাৱণে
উত্তৰ- (ক) ৰামে ।
Type: Pompi Hazarika