Chapter 4

ৰামৰ বীৰত্ব আৰু বিবাহ



১। ভাৰতৰ পূৰ্ব দিশত কি নামৰ নগৰ আছিল ?

(ক) মিথিলা

(খ) ওদালগুৰি

(গ) কৰিমগঞ্জ

উত্তৰ- (ক) মিথিলা ।


২। ৰজা কেনেকুৱা আছিল ?

(ক) বৰ জ্ঞানী

(খ) বৰ অজ্ঞানী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বৰ জ্ঞানী ।


৩। ৰজা জীয়াৰীৰ নাম কি আছিল ?

(ক) তাড়কা

(খ) কৈকেই

(গ) সীতা

উত্তৰ- (গ) সীতা ।


৪। ৰজাৰ নাম কি আছিল ?

(ক) ৰাৱণ

(খ) জনক

(গ) শত্ৰুঘ্ন

উত্তৰ- (খ) জনক ।


৫। ৰজা জনকৰ গুৰু কোন আছিল ?

(ক) পৰশুৰাম

(খ) বিশ্বামিত্ৰ

(গ) বশিষ্ঠমুনি

উত্তৰ- (ক) পৰশুৰাম ।


৬। পৰশুৰাম কাৰ ভক্ত আছিল ?

(ক) ৰাম

(খ) গণেশ

(গ) শিৱৰ

উত্তৰ- (গ) শিৱৰ ।


৭। পৰশুৰানে কাক  ধনুখন দিছিল ?

(ক) জনক

(খ) নাচিকেতা

(গ) ৰামক

উত্তৰ- (ক) জনক ।


৮। ৰজায়ে কাৰ স্বয়ম্বৰ পাতিলে ?

(ক) তাড়কা

(খ) শূৰ্পনখা

(গ) সীতাৰ

উত্তৰ- (গ) সীতাৰ ।


৯। শিৱয়ে হৰধনু কাক দিছিল ?

(ক) জনকক

(খ) পৰশুৰামক

(গ) ৰামক

উত্তৰ- (খ) পৰশুৰামক ।


১০। স্বয়ম্বৰত হৰধনুখন  কোনে দাঙিছিল ?

(ক) ৰামে

(খ) লক্ষ্মণে

(গ) ৰাৱণে

উত্তৰ- (ক) ৰামে ।


Type: Pompi Hazarika