ৰামৰ বনবাস । অধ্যায় ৫ । Chapter 5 | Class 3 Niti Mallika Sonkardev School Question and Answer Assam | Class 3 Niti Mallika Sankardev School Soulition | তৃতীয় মান শ্ৰেণীৰ ৰামৰ বনবাস পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৫ 

ৰামৰ বনবাস

    👉Download Book PDF
    👉Chapter 5 MCQs
    👉Online Exam

আৰ্হি প্ৰশ্নঃ

(ক) দশৰথ কোন বংশৰ ৰজা আছিল ?

উত্তৰঃ দশৰথ ইক্ষাকু বংশৰ ৰজা আছিল।


(খ) দশৰথৰ ৰাজ্যখনৰ নাম কি?

উত্তৰঃ দশৰথৰ ৰাজ্যখনৰ নাম অযোধ্যা আছিল।


(গ) ৰামচন্দ্ৰৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ ৰামচন্দ্ৰৰ মাতৃৰ নাম কৌশল্যা আছিল।


(ঘ) কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা কি আছিৱ?

উত্তৰঃ কৈকেয়ীয়ে খোজা বৰ দুটা হ'ল:-

1) ৰামৰ চৈধ্য বছৰ বনবাস।

2) ভৰতক অযোধ্যাৰ যুৱৰাজ পাতিব লাগিব।


(ঙ) 'ৰামৰ বনবাস' পাঠটিৰ পৰা কি শিকিলা চমুকৈ লিখা |

উত্তৰঃ ৰামৰ বনবাস পাঠটিৰ পৰা এইটো শিক্ষা পালো যে সদায় পিতৃ বাক্য পালন কৰিব লাগে।

 

Apurba Kakati