বনবাসলৈ যাত্ৰা । অধ্যায় ৭ । Chapter 7 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৭


বনবাসলৈ যাত্ৰা


(১) এটা বাক্যত উত্তৰ দিয়া-


(ক) ৰজা দশৰথৰ মন্ত্ৰীৰ নাম কি আছিল ?

উত্তৰঃ ৰজা দশৰথৰ মন্ত্ৰীৰ নাম সুমন্ত্ৰই আছিল ।


(খ) ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি কিয় পিন্ধিছিল ?

উত্তৰঃ ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি বনলৈ যাবলৈ পিন্ধিছিল ।


(ঘ) কৈৱৰ্তজনে ৰামৰ আঙঠিটো কিয় নল'লে ?

উত্তৰঃ কৈৱৰ্তজনে ৰামৰ আঙঠিটো নল'লে কাৰণ তেওঁলোক উভতি আহোঁতে আঙঠিটো ল'ৱ ।


(ঘ) গঙ্গা পাৰ হৈ ৰাম কোন মুনিৰ আশ্ৰমলৈ গৈছিল ?

উত্তৰঃ গঙ্গা পাৰ হৈ ৰাম ভৰদ্বাজ মুনিৰ আশ্ৰমলৈ গৈছিল ।


(২) খালী ঠাই পূৰ কৰা-


(ক) ভৰদ্বাজ মুনিৰ পত্নীয়ে সীতাক নানা ধৰণৰ নীতি জ্ঞান দিলে ।


(খ) শৃঙ্গৱেৰপুৰৰ ৰজাৰ নাম নিষাদৰাজ গুহ আছিল ।


(গ) ৰামে তমসা নদী পাৰ হৈ সুমন্ত্ৰক ওভোতাই পঠিয়ালে ।


(৩) বাক্য ৰচনা কৰা-


আকাশ নিনাদিত হোৱা, আদৰ-সাদৰ, দৃঢ় সংকল্প

উত্তৰঃ আকাশ নিনাদিত হোৱাঃ যাদৱৰ পৰীক্ষা ভাল ৰিজিল্টা গোটেই গাওঁ খনতে আকাশ নিনাদিত হৈ পৰিল।

আদৰ-সাদৰঃ ঘৰলৈ কোনোৱা আলহি আহিলে আদৰ-সাদৰ কৰিব লাগে।

দৃঢ় সংকল্পঃ ৰমেনে এইবাৰ পৰিক্ষাত ভাল ৰিজাল্ট কৰিম বুলি দৃঢ় সংকল্প লৈচে .


Apurba Kakati