I Love you বুলি .... | জুবিনৰ অসমীয়া গান  I Love you বুলি ....| I Love you বুলি ....জুবিন গান | Zubeen Garg Song I love you Buli.... | 

 I Love you বুলি ....



কলো মই 
তুমি চাগে নুশুনিলা 
কঠিন শিলৰে  হৃদয়  
তোমাৰ সঁচাকে জানা 
I Need You বুলি কলোঁ মই 
তুমি  চাগে নুবুজিলা 
বলিয়া যৌৱনৰ  চাকি 
নুমাল হঠাতে জানা 


তিনি আলিতে লগ পোৱা 
দুটি মিঠা কথা 
কাজল কাজল  কাজল
চকুত সপোন দেখা 
চাইকেলত টিউচন যোৱা 
পিছে পিছে  মই যোৱা 
বেঁকাকৈ তুমি চোৱা 
তোমালৈ মই চোৱা
তুমি চাগে পাহৰিলা 
বুকুতে যে নৰলা 
তুমি  চাগে পাহৰিলা 
বুকুতে যে নৰলা 
তুমি চাগে নুবুজিলা 
বুকুতে যে নথলা 
বুকু আজি উদাস উদাস
উদাস উদাস নৈ 
I Love You  বুলি ...........


কলেজৰে কেন্টিনত 
গজা আৰু চাহ খোৱা 
সকলোৱে জোকোৱা 
আছিল জানো মিছা 
ৰাতি ৰাতি অকলে 
তোমাক থৈ নিৰলে
বুকুতে সপোন  গুঠা 
আজি দেখোঁ মিছা ।।
তুমি চাগে...........

I Love You  বুলি ...........