শৰীৰৰ যতন | পাঠ-৬ | Lesson 6 | Class 3 Environment Solution Assam | Class 3 Environment Question Answer Assamese Medium | Class 3 Environment Suggestion | Class 3 Environment Assam Government School | Assam Government School Class 3 Environment Question and Answer Notes | তৃতীয় শ্ৰেণী পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশৰ শৰীৰৰ যতন কথা পাঠটো প্ৰশ্ন আৰু উত্তৰ |


শৰীৰৰ যতন


১ ) খালী ঠাই পূৰ কৰা —

(ক) আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ ।

(খ) পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে ।

(গ) নিয়মীয়াকৈ খেলা - ধূলা আৰু ব্যয়াম কৰিলে আমাৰ শৰীৰ সবল হয়।

(ঘ) সেউজীয়া শাক - পাচলি , ফল - মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে। 



 ২ ) শুদ্ধ বাক্যটোত ✓ চিন দিয়া-

(ক) আহাৰে আমাৰ শৰীৰত শক্তি যােগায় । 

উত্তৰঃ- 

(খ) সদায় পৰিষ্কাৰ আৰু শােধিত পানীহে খাব লাগে ।

উত্তৰঃ- 

(গ) কাটি থােৱা ফল - মূল বহু সময় ৰাখি থৈ খাব লাগে ।

উত্তৰঃ- 

(ঘ) আলুৰ চিছ , শীতল পানীয়, আইচক্রীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। 

উত্তৰঃ- ✖

(ঙ) দূষিত পানীয়ে শৰীৰত বেমাৰৰ সৃষ্টি কৰে । 

উত্তৰঃ- 



৩) শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা—

(ক) কোনবিধ খােৱাবস্তুৰ পৰা আমি প্রধানকৈ শক্তি পাওঁ—

 সেউজীয়া শাক - পাচলি / মধুৰিআম / ভাত 

উত্তৰঃ- ভাত। 


(খ) কি কৰিলে আমাৰ শৰীৰ সবল হয়—

 শুই থাকিলে / বহি থাকিলে / ব্যায়াম কৰিলে

উত্তৰঃ- ব্যায়াম। 


(গ) কোনবিধ খােৱা বস্তুৱে আমাৰ শৰীৰটো ডাঙৰ - দীঘল হােৱাত সহায় কৰে— 

শিলিখা / আমলখি / গাখীৰ 

উত্তৰঃ- গাখীৰ।


(ঘ) কোনবিধ খােৱা বস্তুৱে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে—

 মাংস / ৰুটি / কলডিল 

উত্তৰঃ- কলডিল। 


৪) আহাৰত খােৱা কি কি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায় লিখা। 

উত্তৰঃ- আহাৰত পোৱা ৰুটি, চিৰা, ভাত, ঘিউ, মাখন আৰু পিঠা এইবোৰ খালে আমাৰ শৰীৰে শক্তি পায়।  


৫) বিদ্যালয়ৰ বছৰেকীয়া খেল - ধেমালিত তােমালােকে কি কি খেল খেলা লিখা।

উত্তৰঃ- বিদ্য়ালয়ৰ বছৰকেৰীয়া খেল-ধেমালিত আমি দৌ, কাবাদী, ৰংজাপ আদি বিভিন্ন ধৰণৰ খেল খেলো। 


শ্ৰীনয়ন জ্য়োতি বৰদলৈ

(মৰিগাঁও)