সীতানাথ ব্ৰহ্মচৌধুৰী 

(১৯০৮-১৯৮২)



চমুপৰিচয়ঃ

    ৮ অক্টোবৰ, ১৯০৮ চনত   সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল।সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্রতি আগবঢ়োৱা অৱদান অতুলনীয়। নিৰুপমা সৌন্দর্য প্রতিমা’ৰ অম্বেষণ কৰা কবি ব্ৰহ্মচৌধুৰীৰ প্রথম কবিতা পুথি ‘কমল কলি’ ১৯২৫ চনত প্রকাশ হৈছিল। তাৰ পিছত ‘আবেগ আৰু চকুলাে’ নামৰ দুখন পুথি প্রকাশিত হৈছিল।

    ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হােৱা সাহিত্য সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়া উদ্বোধক আছিল। ১৯৮১ আৰু ১৯৮২ চনত যথাক্রমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শােভিত কৰে। সীতানাথ ব্ৰহ্মচৌধুৰী প্রকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রতীক স্বৰূপ। তেখেত অতি স্পষ্টবাদী, সুদৃঢ়মনা ব্যাক্তি আছিল । 


👉সীতানাথ  ব্ৰহ্মচৌধুৰীৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰঃ- 

শ্ৰী নয়ন মণি ডেকা