Lesson: 1
STEALING AND ATONMENT 
Exercise
Comprehension 
1. Answer the following questions in single sentences from your text. 
(এটা বাক্যত উত্তৰ দিয়া) 
a) At what age did Gandhi steal for the first time ? 
(গান্ধীয়ে কোন বয়সত প্ৰথমবাৰ চুৰি কৰিছিল?)
Ans: Gandhi stole for the first time at the age of twelve or thirteen.
(গান্ধীয়ে বাৰ-তেৰ বছৰ বয়সত প্ৰথম চুৰি কৰিছিল)

b) What did Gandhi steal gold from ? 
(গান্ধীয়ে ক’ৰ পৰা সোণ চুৰ কৰিছিল?) 
Ans: Gandhi stole gold from his brother's armlet.
(গান্ধীয়ে তেওঁৰ ককায়েকৰ বাহুত পিন্ধা অলংকাৰৰ পৰা সোণ চুৰি কৰিছিল)

c)To whom did Gandhi decide to confess ? 
(গান্ধীয়ে কাক চিকাৰোক্তি দিয়াৰ সিদ্ধান্ত লৈছিল?) 
Ans: Gandhi decided to confess to his father.
(গান্ধীয়ে নিজৰ দেউতাকক চিকাৰোক্তি দিয়াৰ সিদ্ধান্ত লৈছিল)

d) What did Gandhi write on the note to his father ? 
( গান্ধীয়ে দেউতাকলৈ কিহৰ বিষয়ে চিঠি লিখিছিল?) 
Ans: Gandhi wrote his confession about stealing gold on the note and asked for his father's forgiveness.
(গান্ধীয়ে দেউতাকলৈ লিখা চিঠিখনত তেওঁ সোণ চুৰি কৰা কাৰ্যৰ বিষয়ে লিখি তাৰ বাবে ক্ষমা বিচাৰিছিল)

e)Why was Gandhi's father confined to bed ? 
(গান্ধীৰ দেউতাক কিয় শয্যাগত হৈ আছিল?) 
Ans: Gandhi's father was suffering from a fistula and thats why he was confined to bed.
(গান্ধীৰ দেউতাক ফিচ্টুলা নামৰ ৰোগত ভূগি আছিল বাবে তেওঁ শয্যাগত হৈ আছিল)

f)What was Gandhi's father's first reaction after reading the note ? 
(চিঠিখন পঢ়াৰ পাছত দেউতাকে কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছিল?) 
Ans: The first reaction of Gandhi's father was tears came down to his cheeks after reading the note.
(চিঠিখন পঢ়াৰ পাছত গান্ধীৰ দেউতাকৰ চকুপানী বৈ আহিছিল )

g) What did Gandhi think his father would do after reading the note ?
(গান্ধীয়ে তেওঁৰ দেউতাকে চিঠিখন পঢ়ি কি কৰিব বুলি ভাবিছিল?)
Ans: Gandhi had thought that his father  would be angry, say hard things, and strike his forehead after reading the note.
(গান্ধীয়ে ভাবিছিল যে তেওঁৰ দেউতাকৰ চিঠিখন পঢ়ি খং উঠিব,তেওঁ ককৰ্থনা কৰি আৰু ,কপাল চপৰিয়াব)


2 Give brief answers to the following questions. 2x4-8 
(চমু উত্তৰ দিয়া) 
a)Why and how did Gandhi steal gold? 
(গান্ধীয়ে কিয় আৰু কেনেকৈ সোণ চুৰ কৰিছিল?) 
Ans: Gandhi's brother had run into a debt of about twenty-five rupees. To clear this debt Gandhi stole the gold. He stole the gold by clipping a bit from his brother's armlet.
(গান্ধীৰ এজন ককায়েক পচিশ টকাৰ ধাৰ আছিল৷সেই ধাৰ মাৰিবলৈকে তেওঁ সোণ চুৰ কৰিছিল৷তেওঁ ককায়েকৰ বাহুত পিন্ধা অলংকাৰৰ পৰা এটুকুৰা সোণ এৰুৱাই লৈছিল)

b) How did Gandhi feel after stealing ? 
(চুৰি কৰাৰ পাছত গান্ধীৰ কেনে অনুভৱ হৈছিল?) 
Ans: After steeling Gandhi could not bear his guilt. He resolved never to steal again. He also made up his mind to confess it to his father.
( চুৰি কৰাৰ পাছত গান্ধীয়ে অনুশোচনাত ভূগিছিল৷ তেওঁ আৰু কেতিয়াও চুৰি নকৰাৰ সিদ্ধান্ত লৈছিল৷লগতে তেওঁ এই ভূলৰ বাবে দেউতাকৰ ওচৰত চিকাৰোক্তি দিবলৈ থিৰাং কৰিছিল)

c) What did Gandhi's father do after receiving the confession note ? 
(গান্ধীৰ দেউতাকে চিঠিখন পোৱাৰ পাছত কি কৰিছিল?)
Ans: After receiving the confession note Gandhi's father read the note. Tear drops trickled down from his cheeks. For a moment he closed his eyes in thought and then tore up the note. He had sat up to read it. He again laid down.
(গান্ধীৰ দেউতাকে চিঠিখন পোৱাৰ পাছত ভালদৰে পঢ়িছিল৷তেওঁৰ চকুৰে চকুলো বৈ আহিছিল৷এক মুহূৰ্তৰ বাবে তেওঁ নিজৰ চকুযোৰ জপাইছিল আৰু কিবা চিন্তা কৰিছিল তাৰ পাছত চিঠিখন ফালি পেলাইছিল৷তেওঁ চিঠিখন পঢ়িবলৈ উঠি বহিছিল৷ তাৰ পাছত তেওঁ পুনৰ শুঃ পৰিছিল)

d)What is the purest type of repentance ?
(আটাইতকৈ পবিত্ৰ অনুশোচনা কি?)
Ans: A clean confession, combined with a promise never to commit the sin again, when offered before one who has the right to receive it, is the purest type of repentance.
(এক শুদ্ধ চিকাৰোক্তি য’ত পুনৰাই আৰু সেই ভুল নকৰাৰ প্ৰতিশ্ৰুতি থাকে আৰু তেওঁক দিয়া হয় যাৰ সেইখন পোৱাৰ অধিকাৰ আছে,সেয়াই আটাইতকৈ পবিত্ৰ অনুশোচনা)

3. Why did Gandhi call the incident an object lesson in 'Ahimsa' ?
(গান্ধীয়ে ঘটনাটোক কিয় অহিংসাৰ পাঠ বুলি কৈছে?)
Ans: Gandhi thought after reading his confession letter his father would be angry, say hard things, and strike his forehead.But,instead of doing anything violent,tear drops tickled down from his cheeks and laid back in his bed.Gandhi also cried as he could see agony in his father's eyes.The tear drops cleansed Gandhi's heart and washed his sins away.Gandhi realised that this act of subtle forgiveness was the result of his clear peaceful confession which he termed as Ahimsa. The glimpse of his father's love for him in his eyes made him understood that such Ahimsa becomes all-embracing, it transforms everything it touches. Ahimsa has the greatest power among all.Thats why Gandhi called the incident an object lesson in 'Ahimsa'.
(গান্ধীয়ে ভাবিছিল যে তেওঁৰ দেউতাকৰ চিঠিখন পঢ়ি খং উঠিব,তেওঁ ককৰ্থনা কৰি আৰু ,কপাল চপৰিয়াব৷ কিন্ত তেনেধৰণৰ কোনো হিংসাত্মক কাম কৰাৰ সলনি তেওঁৰ চকুলোহে বৈ আহিছিল আৰু। তেওঁ পুনৰ নিজৰ বিচনাত শুই পৰিছিল৷তেওঁৰ লগতে গান্ধীয়েও কান্দিছিল কাৰণ তেওঁ দেউতাকৰ চকুত দুখ-কষ্টবোৰ দেখা পাইছিল৷সেই চকুলোৱে গান্ধীৰ হৃদয় নিকা কৰি পেলাইছিল আৰু পাপবোৰো ধুৱাই পেলাইছিল৷গান্ধীয়ে অনুভৱ কৰিছিল যে ক্ষমাৰ এনে শান্তিপূৰ্ণ আচৰণ তেওঁৰ অনুশোচনা অৰ্থাৎ অহিংসাৰে ফলস্বৰূপ৷দেউতাকৰ চকুত তেওঁ দেখা পোৱা মৰমে তেওঁক বুজাইছিল যে অহিংসা সৰ্বব্যাপি,ই যিকোনো বস্তুকে পৰিৱৰ্তন কৰিব পাৰে৷অহিংসা সকলোতকৈ শক্তিশালী৷সেইবাবেই গান্ধীয়ে ঘটনাটোক এক অহিংসাৰ পাঠ বুলি কৈছে)

4.What qualities of Gandhi's character are reflected in this lesson ?
(পাঠটিল গান্ধীৰ কেনেধৰণৰ গুণসমূহ দেখা গৈছে?)
Ans :In this lesson we get to know about certain great features of Gandhi's character. First , though he stole gold he could not bear the guilt which shows his quality of recognising the right path.Secondly he was courageous enough to confess his guilt instead of hiding it and committing it again. Thirdly, he had huge love and  respect for his father and he could understand his father's agony.
(গান্ধীৰ কিছু উল্লেখযোগ্য চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা আমি পাঠটোৰ পৰা জানিব পাৰোঁ৷প্ৰথমে,যদিও গান্ধীয়ে ভুল কৰিছিল তেওঁ তাৰ পাপবোধ বহন কৰিব পাৰ নাছিল৷ই তেওঁৰ শুদ্ধ পথৰ বিচাৰ কৰা গুণটোৰ কথা বুজায়৷দ্বিতীয়তে তেওঁ নিজৰ ভুল স্বীকাৰ কৰিব পৰাকৈ যথেষ্ট সাহসী আছিল,তেওঁ সেয়া লুকুৱাই থৈ তাৰ পুনৰাবৃত্তি কৰা নাছিল৷তৃতীয়তে,তেওঁ নিজৰ পিতৃক যথেষ্ট আদৰ সন্মান কৰিছিল আৰু তেওঁৰ কষ্টবোৰ বুজি পাইছিল)

5.5. Write true or false.
(শুদ্ধ/অশুদ্ধ লিখা) 
a) One of Gandhi's brother ran into a debt. 
(গান্ধীৰ এজন ককায়েকৰ ধাৰ আছিল)
Ans: true

b Gandhi's father often beat him. 
(গান্ধীৰ দেউতাকে তেওঁক প্ৰায়ে প্ৰহাৰ কৰিছিল) 
Ans: False

c) Gandhi requested his father to punish him for stealing 
(গান্ধীয়ে দেউতাকক চুৰ কৰাৰ বাবে শাস্তি দিবলৈ অনুৰোধ কৰিছিল) 
Ans: True

d) Gandhi's father wept after reading the confession.
(গান্ধীৰ দেউতাকে চিঠিখন পঢ়াৰ পাছত উচুপি উঠিছিল)
Ans: True

e) The power of Ahimsa is limited.
(অহিংসাৰ শক্তি সীমিত)
Ans: False

 f)Gandhi's father's love for him decreased after the incident.
(ঘটনাটোৰ পাছত দেউতাকৰ গান্ধীৰ প্ৰতি মৰম কমি গৈছিল)
Ans: False.

6. Find out the transitive and intransitive verbs from the following sentencees. 
(তলত দিয়া বাক্যবোৰৰ পৰা সকৰ্মক আৰু অকৰ্মক ক্ৰিয়া বাছি উলিওৱা) 
a. She is a teacher. 
(তাই এগৰাকী শিক্ষয়িত্ৰী)
Ans: Intransitive(অকৰ্মক)
b) I go to school. 
(মই বিদ্যালয়লৈ যাওঁ) 
Ans: Transitive (সকৰ্মক)

c Seema was reading a book.  
Ans: Transitive

d) The sun gives heat and light. 
(সূৰ্য্যই তাপ আৰু পোহৰ দিয়ে) 
Ans: Transitive

e We sleep at night. 
(আমি ৰাতি শো) 
Ans: Intransitive

f)I fed the dog. 
(মই কুকুৰটোক খুৱালোঁ) 
Ans: Transitive

g) Everybody has blamed him. 
(সকলোৱে তাক দোষ দিলে) 
Ans: Intransitive

h) The birds fly in the sky.
(চৰাইবোৰ আকাশত উৰে)
Ans: Transitive

7. Rewrite the following sentences underlining the finite verbs and circling the non-finite verbs. One is done for you.
(সীমিত আৰু গতিশীল ক্ৰিয়া বাছি উলিওৱা)
Ans: b)saw :finite  working: non-finite
c)went: finite  to buy: non-finite
d)looking: non-finite  saw: finite
d)went : finite  ridining: non-finite
f)having set :non-finite  returned :finite
g)is: non- finite. established: finite

Himadri Borah
(M.A in English)