The Miller of  the Dee | Lesson 2 | Class 8 English Assam Jatiya Bidyalay  Question and Answer Assam | Class 8 Assam Jatiya Bidyalay Suggestion and Notes Assam


Lesson 2

The Miller of the Dee


1. Name one collection of poetry by Charles Mackay.

(চাৰ্লচ মাকাইৰ এক কবিতা সংকলনৰ নাম লিখা)

Ans: One collection of poetry by Charles Mackay is Voices From the Crowd.

(চাৰ্লচ মাকাইৰ এক কবিতা সংকলনৰ নাম হ’ল ভইচেচ ফ্ৰম দ্যা ক্ৰাউদ)


2. Where did the miller live ?

(মিলাৰজনে ক’ত বাস কৰিছিল?)

AnsThe miller lived beside the river Dee.

(মিলাৰজনে ডী নৈৰ কাষত বাস কৰিছিল)


3. Why did the king want to exchange his heart with miller ?

(ৰজাই তেওঁৰ হৃদয়খন কিয় মিলাৰৰ লগত সলনি কৰিব বিচাৰিছিল?)

Ans: The king wanted to exchange his heart with the miller because he thought that the miller's heart was ligher than him. The miller sings in a loud and free voice happily while the king was sad though he was the king.

(ৰজাই মিলাৰৰ লগত নিজৰ হৃদয়খন সলনি কৰিব বিচাৰিছিল কাৰণ তেওঁ ভাবিছিল যে মিলাৰৰ হৃদয়খন তেওঁতকৈ পাতল৷ মিনাৰে স্পষ্ট আৰু চিঞৰি মুকলিমনেৰে গান গাইছিল কিন্তু ৰজাজন তেওঁ ৰজা হৈয়ো দুখ মনেৰে আছিল)


A. What makes the miller sing so loud and free ?

(মিলাৰজনে কিয় মুকলিমনেৰে ডাঙৰকৈ গান গাব পাৰিছিল?)

Ans: The Miller earns his bread. He loves his wife, children and friends. He doesn't borrow money that he can't pay. He is grateful to the river Dee which helps him in running his mill and helps him to feed himself and his family. These are the reasons that makes miller sing so loud and free.

(মিলাৰজনে নিজে উপাৰ্জন কৰিছিল৷ তেওঁ নিজৰ পত্নী, সন্তান আৰু বন্ধুক ভাল পাইছিল৷ তেওঁ নিজৰ সাধ্যৰ বাহিৰত কেতিয়াও টকা ধাৰলৈ নলৈছিল৷ তেওঁ ডী নদীৰ প্ৰতি যথেষ্ট কৃতজ্ঞ আছিল যিয়ে তেওঁক মিলটো চলোৱাত সহায় কৰিছিল আৰু নিজৰ লগতে পৰিয়ালটোৰ খাদ্য যোগান ধৰিছিল)


5. Explain with reference to the context. 

(বাখ্যা কৰা) "Such men as thou are England's boast  O miller of the Dee !"

Ans: The above lines are taken from the poem "The Miller of the Dee". Here, king Hal praised the miller as England's boast.

The miller is a happy and contented man who lives beside the river Dee. He sings songs loud and free voice. King Hal finds that the miller is much more haapier than him. When the king asked the miller about it, the miller replied that he live by some simple principles which makes him happy. He loves his family and friends. He doesn't borrow money which he can't pay. And he is always thankful to the river dee. After hearing that the king realized that though the miller doesn't have a huge wealth, he is still living his life in a great manner. People with such great principles are boast of England. 

(ওপৰৰ বাক্যশাৰী দ্যা মিলাৰ অফ্‌ দ্যা ডী নামৰ কবিতাটিৰ পৰা লোৱা হৈছে৷ ইয়াত হল ৰজাই মিলাৰৰ দৰি ব্যক্তিক ইংলেণ্ডৰ গৌৰৱ বুলি কৈছে ৷

মিলাৰ ইংলেণ্ডৰ ডী নদীৰ পাৰত সুখে সন্তোষে  বাস কৰা এজন ব্যক্তি৷ তেওঁ ডাঙৰ কৈ মুকলি মনেৰে গান গায়৷ ৰজা হলে দেখিছিল যে মিলাৰজন তেওঁতকৈ বহু পৰিমাণে সুখী৷ এই বিষয়ে যেতিয়া ৰজাই তেওঁক সুধিলে তেওঁ ক’লে যে তেওঁ কিছুমান সাধাৰণ নীতিনিয়ম মানি চলে যিয়ে তেওঁক সুখী কৰি ৰাখে৷ তেওঁ নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গক ভাল পায়৷ তেওঁ নিজৰ সাধ্যৰ বাহিৰত কেতিয়াও টকা ধাৰলৈ নলয়৷তেওঁ সদায় ডী নদীৰ প্ৰতি কৃতজ্ঞ ৷ এয়া শুনাৰ পাছত ৰজাই উপলব্ধি কৰিলে যে যদিও মিলাৰৰ ওচৰত বহুত বেছি সম্পত্তি নাই, তথাপিও তেওঁ জীৱলটো  মহানতাৰে জীয়াই আছে৷ তেওঁৰ দৰে এনে মহান আদৰ্শৱান লোক ইংলেণ্ডৰ গৌৰব)


6. Find out four words from the poem that rhyme with 'Dee'. 

(Dee ৰ সৈতে একেই ছন্দযুক্ত শব্দসমূহ বিচাৰা)

 Ans: He, be, me, thee, free, fee.



-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

-------------------------------


Himadri Borah
(M.A in English)