The Lake Isle of Innisfree

1.

arise (এৰাইজ): উঠা 

g০ (গ'):  যােৱা 

now (নাও): এতিয়া

 Innisfree (ইনিফ্রি): মুকলি, স্থান

cabin (কেবিন): সৰু ঘৰ , কুঠৰী

build (বিল্ড): সজা

clay ( ক্লে): বােকামাটি

wattles (ওৱাটেল): কাঠৰ মাৰি , ডাল

bean ( বিন): বিন , এবিধ পাচলি

Ron's (ৰােজ): শাৰী

hive (হাইভ): মৌবাহ

honey bee (হনি বি): মৌমাখি

live (লিভ): বসবাস কৰা

calorie (এল’ন): অকলশৰে , অকলে

loud (লাউড):  উচ্চ , ডাঙৰ

glade (গ্রেড): বনেৰে পৰিপূর্ণ স্থান , ঘাঁহনি

2.

peace (পিচ): শান্তি

slot (শ্লো): লাহে লাহে

dropping  (ড্রপিং): পৰা

veils (ভেইল): পর্দা , আচ্ছাদন

cricket (ক্রিকেট): জিলি পােক

singing (চিঙিং): গান গাই থকা

midnight (মিডনাইট) : মাজ নিশা 

noon (নুন): দুপৰীয়া  

puple (পার্পল): ডাঠ ৰঙা - নীলা ৰং

glow (গ্লো):  উজ্জল , চমক

evening (ইভিনিং): আবেলি

 full (ফুল):  পৰিপূৰ্ণ

 linnet (লিনেট): লিনেট চৰাই

wings (উইংচ): ডেউকা , পাখি

3.

always (অলওৱেজ): সদায়

hear (হিয়েৰ): শুনা

lake (লেক): বিল , হ্রদ ;

 lapping (লেপিং): মৃদুভাৱে খুন্দা মাৰা ; 

low (লাে): নিম্ন

sound (চাউণ্ড): শব্দ

shore (শ্বেৰ): পাৰ ,

 stand (ষ্টেণ্ড): থিয় হৈ থকা

 roadway (ৰােডওরে): ৰাস্তা , বাটপথ 

pavement (পেভমেন্ট): পদপথ

gee (গ্রে): ধূসৰ বৰ্ণ

deep (ডিপ): গভীৰ

heart (হার্ট): মন , হৃদয়

core (ক’ৰ): প্রয়ােজনীয় অংশ , অন্তঃসাৰ

Apurba Kakati