1.  The Little girl ( লিটল ৰ্গাল ) : কনমাণী ছোৱালী 

figure: ( ফিগাৰ): আকৃতি

feared: (ফিয়াৰ্ড ): ভয়লগা

avoided: ( এভইদেড`): বাদ দিয়া, দূৰত থকা 

before: (বিফোৰ): আগতে

work: (ওয়ার্ক): কাম

casual: ( কেজুয়েল ): অচানক, আকস্মিক

responded: (ৰেচপণ্ডড ): উত্তৰ দিয়া, সহাৰি জনোৱা

glad: ( গ্লেড ): আনন্দিত, সুখী

sense: (চেস ): অনুভৱ

relief: ( ৰিলিফ ): ৰেহাই

heard: ( ৰ্হাড ): শুনিছিল 

noise: ( নাইজ ): শব্দ 

carriage: ( কেৰিজ ): গাড়ী 

growing: (গ্রউইং): বাঢ়ি আছে

fainter: (ফেইন্টাৰ ): লাহে লাহে

evening: ( ইভিন্দি ): আবেলি, গধুলি

stood: ( ষ্টুড ): থিয় হৈছিল 

staircase: ( স্টেয়াৰকেচ ): চিৰি

loud: ( লাউড ): উচ্চ

voice: (ভইচ ): মাত, কথা

hall: (হল ): ডাঙৰ কোঠা 

Bring: ( ব্ৰিং ): আনা

drawing room: (ড্ৰইং ৰোম ): বৈধক কোঠা 

paper: ( পেপাৰ ): বাতৰিকাকত

slipper: (শ্লিপাৰ ): চেণ্ডেল

2. take off: ( টেক অৱ ): খোলা, আঁতৰ কৰা 

boots: ( বুটচ্ ):  জোতা 

slowly: ( শ্ললি ): ধীৰে ধীৰে

slip down: ( শ্লিপ ডাউন ): তললৈ নমা

stairs:(স্টাইৰস): চিৰি

push: (পুচ ): ঠেলা ম'ৰা 

spectacles: ( স্পেকটেকলচ ): চচ্মা 

looked: ( লুকড ): চাইছিল 

terrifying: ( টৰিফাইং): ভয়ংকৰ, ভয়লগা 

hurry up: (হাৰি আপ): খৰধৰ কৰা 

pull of: (পুল অৱ): খোলা 

outside: ( আউটচাইড ): বাহিৰ

stutter: ( ষ্টাটাৰ ): ক্ৰটিপূৰ্ণ উচ্চাৰণ, ব্কবকাই থকা ।

quite: ( কুইট ): সম্পূৰ্ণ

trying: (ট্ৰাইং): চেষ্টা কৰা 

hard: (হাৰ্ড): পৰিশ্ৰম

properly: (প্ৰপাৰলি ):  সধিক ভাৱে

matter: (মেটৰে ): ঘটনা

wretched: (ৰেট্চ): চিন্তিত, দুখী

wish: (উইচ): বিচৰা, ইচ্ছা কৰা 

taught: (টট): শিকোৱা 

appear: (এপিয়াৰ ): ওলোৱা

carry: (কেৰি): আনা 

teacup bock:(টাকাপ বক): টিকাপ বক

carefully: (কেয়াৰফুলি): সাৱধানে 

neck: (নেকা): গল

especially: (স্পেচিয়েলি): বিশেৰকৈ 

yawned: (য়ন ): হামিওৱা 

thinking: (থিংকিং): ভাবা 

alone: ( এল'ন ) : অকলশৰ 

giant: (জায়েন্ট): দৈত্য, দানব 

4. afternoon: ( আফ্টাৰনুন ): আবেলি 

grandmother: ( গ্ৰেগুমাদাৰ ): আইতা 

sent: (টেন্ট): তল, নিম্ন 

nice talk: (নাইচ টক): সুন্দৰ আলাপ

always: (অলওৱেজ ):  সদায় 

reading: (ৰিডিং): পঢ়ি থকা 

stretched: ( ষ্টেচ্ড ): বাগৰি  থকা 

sofa: ( চোফা): চকী

handkerchief: (হেংকাৰচিফ ):  ৰুমাল 

feet: (ফিট): ভৰি 

cushions:(কাশিয়ান্স): কাশিয়ান

sleeping: (স্পিলিং): শুই থকা 

soundly: ( চাউগুলি ): নীৰৱে 

stool: ( স্টূল ): টুল 

gravely: (গ্ৰেডলি): গভীৰ ভাৱে 

watched: (ওৱাচ্ড): লক্ষ্য কৰিছিল 

stare: (ষ্টেয়াৰ):  কেৰাহিকৈ চাই থকা 

owl: (আউল):  ফেঁচা 

indoor: (ইনডৰ):  ভিতৰত 

cold: (কন্তু):  চৰ্দি, ঠাণ্ডা 

suggested: ( চাজষ্টেড ): পৰামৰ্শ দিছিল 

pin-cushion: ( পিন- কচুন ): বযগাদী 

giff: ( গিভ ): উপাহাৰ 

silk: ( চিল্ক ): ৰেচম, পাত

Laboriously: (লেবৰিয়াচলি): অশেষ কষ্ট কৰি

double: (ডাবল): দুই 

cotton: ( কটন ): কপাহ 

stiched: (ষ্টিচ্ড ): চিলাইছিল 

fill: (ফিল): পূৰ্ণ কৰা 

garden: (গাৰ্ডেন ): বাগিচা 

wandered: ( ওৱাণ্ডাৰ্ড ): বিচাৰিছিল

bedroom: ( বেডৰূম ): শোৱনি কোঠা 

 scraps: ( স্ক্ৰপচ ): কাগজ বা কাপোৰৰ সৰু টুকুৰা 

discovered: ( ডিস্কৰ্ভাড ): আবিস্কাৰ কৰিছিল, পাইছিল 

great: ( গ্ৰেট ): বহুত মহান 

sheets:(শীর্ষ): চাদৰ

gathered: (গেদাৰ্ড): সংগ্ৰহ কৰিছিল

tore: (টোৰ ): ফালিছিল 

tiny: (টিনি ) : মুদ্ৰ

stuffed:( ষ্টাফড্ ) : ভৰাইছিল

sewed:(জাবেদ): চিলাই কৰা হৈছে           

hue and cry : ( হিউ এণ্ড ক্ৰাই ) : হুলস্থূল, 

great : ( গ্ৰেট ) : মূল্যৱান 

speech : (স্পিচ্ ) : ভাষণ, বক্ততা 

lost : ( লষ্ট ) : হেৰাইছিল 

searched : ( চাৰ্চড ) :  বিচাৰিছিল 

servants : ( চাৰ্ভেন্টছ ) : লগুৱা, চাকৰ 

finally : ( ফাইনেলি ) : অৱশেষত 

suppose : ( চাপোজ ) : ধৰিলোৱা 

surprise : ( চাৰপ্ৰাইজ ) : অপ্ৰত্যাশিত ঘটনা, তগশ্বৰ্য

screamed : ( স্ক্ৰিমড ) : চিঞৰিছিল

straight : ( স্ট্ৰড ) : পোনলে পোনে 

instant : ( ইসেন্ট ) : সেইমুহূৰ্তত

6. dragged : ( ড্ৰোগড ) : চানি অনা 

pacing : (পোচিং ) :  ঘূৰি থকা 

to an for : ( টু এন্দ্ৰ ফ্ৰ' ) : আগপিছ, ইফাল-সিফাল

bhind  : ( বিহাইণ্ড ) : পিছপিনে 

sharphy : ( চাৰ্পলি ) : তীক্ষ্ৰভাৱে, উচ্চস্বৰে 

explained : ( এক্সপ্লেনড্ ) : বাখ্যা কৰিছিল 

stopped : ( ষ্টপড ) : ৰৈছিল 

stared : (ষ্টয়াৰ্ড ) : কেৰাহিকি চাইছিল

whispered : (হুইচপাৰ্ড ) : ডোৰ-ভোৰাইছিল 

fetch : ( ফটচ ) :  আনা 

damned : ( ডেমড ) : নিন্দনীয়, অনিষ্টকৰ 

pst to bed : ( পুট টু বেড ) : বিচনাত বাগৰা 

7. crying : ( ক্ৰাইং ) : কান্দি থকা 

lay ( লো ) : পৰিথকা 

shadowed ( চেউড ) : অন্ধকাৰময় 

watching ( ওৱাচিং ) : চাই থকা 

pattern ( পেটাৰ্ন ) : নমুনা 

floor ( ফ্ল'ৰ ) : মজিয়া

beat ( বিট ) : কেৱোৱা 

hiding ( হাইডিং ) : লুকাই থকা 

pulled ( পুলড ) : লুকাইছিল 

aside (এচাইড ) : একাষে 

ordered ( অৰ্ডাৰ্ড ) : আদেশ দিছিল

hold out ( হ'ল্ড আউট ) : বাহিৰকৰা 

touch ( টাড ) :  শিকোৱা 

belong ( বিলং ) : সম্পকিত 

pink ( পিংক ) : গোলাপী 

palm ( পাম্ ) : হাততলুৱা 

8. later ( লেটাৰ ) : পাছত

wrapped ( ৰেপড ) : মেৰিয়াই লোৱা 

shawl ( শ্বল ) : উৰা কাপোৰ

rocked ( ৰকড ) : দোৱাইছিল

clung ( ক্লাং ) : সাবটি ধৰা 

soft ( চফ্ট ) : কোমল

make ( মেক ) :  সজা 

sobbed ( চবড ) : নীৰবে্ উচুপিছিল

clean ( ক্লিন ) : পৰিস্কাৰ 

hanky ( হেংকি ) : ৰুমাল 

blow ( ব্ল'উ ) : মচা

pet ( পেট ) : মৰমৰ মাত 

forget ( ফৰপেট ) : পাহৰা 

tried (ট্ৰাইড ) : চেষ্টা কৰা 

upset ( আপচেট ) : চিন্তিত 

quickly ( কুইকলি ) : শ্ৰীঘ্ৰ

checks ( চিকচ্ ) : গাল

9. lived ( লিভড ) : বাস কৰিছিল 

gap ( গেপ ) : ফুটা, খালী ঠাই 

fence ( ফেস্ন ) : বেৰ 

playing ( প্লেইং ) : খেলি থকা, 

fag (টেগ ) : এবিধ খেল 

shouldens (চলডাৰচ ) : কান্ধ 

hanging ( হেঙিং ) : ওলমিবকা 

pockets ( পকেটচ্ ) : জেপ 

flower - beds ( ফ্লাৱাৰ-বেড ) : ফুলৰ দলিচা

shaking ( চেকিং ) : জোকাৰা 

laughter ( লাফ্টাৰ ) : হাঁহি 

hose ( ইছ ) : পাইপ, নলী 

decidend : ( ডিচাইডেড ) : সিদ্ধান্ত লৈছিল 

different : ( ডিফাৰেন্ট ) : বিভিন্ন 

sort : ( চৰ্ট ) : ধৰণ 

suddenly : ( চাডেনলি ) : ইঠাতে 

ill : ( হস্পিতেল ) : চিকিৎসালয়

left : ( লেফ্ট ) : এৰিদিছিল

alone : ( এলন ) : অকলশৰে 

cook : ( কুক ) : ৰান্ধনি

afraid : ( এফ্ৰেইড ) : ভয় লগা 

10. nightmare : ( নাইটমেয়াৰ ) : দুস্বপ্ন 

often : ( অফেন ) : প্ৰায়

grannie : (গ্ৰেনি ) : 

stay : ( ষ্টে ) : থকা 

dork : ( ডাৰ্ক) : এন্ধাৰ

whispery : ( হুইচপেৰি : ফুচ্ফুচাই কোৱা 

sleep : ( স্লিপ ) : শুৱা, টোপনি মৰা 

pulling of : ( পুলিং অব ) : খোলা 

socks : ( চকচ্ ) : মোজা 

scream : ( স্ক্ৰিম ) : শব্দ কৰা, চিঞৰা 

wake : ( ওৱেক ) : সাৰ পোৱা

butch  : ( বাচাৰ ) : কচাই, মাংস বিক্ৰেতা

knife : ( নাইফ ) : দুৰি

rope : ( ৰোপ ) : ৰচী 

nearer : ( নিয়াৰাৰ ) : ওচৰলৈ 

smilling : (স্মাইলিং ) : হাঁহি থকা 

dreadful : ( ড্ৰেডফুল ) : ভয়ানক 

still : ( ষ্টিল ) : নীৰৱে 

crying out : ( ক্ৰাইং আউট ) : চিঞৰিছিল 

shivering : ( চিভাৰিং ) : কঁপিথকা 

beside : ( ডিচাইড ) : কাষত 

candle : ( কেগুেল ) : ম'মবাতি ।

11. below out : ( ব্লিউ আউট ) : নুমাইছিল 

bentdown : (বেন্ট ডাউন ) : হালিছিল

caught : ( কট ) : ধৰিছিল

arms : ( আৰ্মচ ) : বাহুত, কোলাত 

half-smoked cigar : ( হাফ স্মোক চিগাৰ ) : আধা পোৰা চিগাৰেট

reacding-lamp : ( ৰিডিং লেম্প) : পঢ়া টেবুলত থকা লেম্প

put oway : ( পুট এৱে ) : আঁতৰথকা

threw : ( থ্ৰিউ ) : দালিয়াইছিল 

fireplace : ( ফায়াৰপ্লেছ ) : অগ্নিকুগু 

carefully :( কেয়াৰফুলি ) : সাৱধানে 

up : ( টাকড় আপ ) : বিচনাত সুন্দৰকৈ আবৰি ৰখা 

lay : ( লে ) : পৰিথকা 

half : (হাফ ) : আধা, অৰ্ধেক

crept : ( ক্ৰেপ্ট ) : চুচৰিছিল 

smuggled : (স্মাগল্ড ) :  উত্তাপ আৰু আমাৰ বাবে সাৱটি ধৰে 

tightly : ( টাইটলি ) : টালকৈ 

rub : ( ৰাব ) : ঘহিদিয়া 

feet : ( ফিট ) : ভৰি 

warm : ( ওৱাৰ্ম ) : ওত্তাপ, গৰম ।


Apurba Kakati

Morigaon, Assam 





Post ID : DABP006622