মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে | জুবিনৰ অসমীয়া গানমাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে | মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে জুবিন গান | Zubeen Grag Song Majulir Ajoni suwali dukh pale
মাজুলীৰ এজনী ছোৱালীয়ে
মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
সাবটি বহুতকে ইপাৰে-সিপাৰে
অ দৰীয়া ঘাটতে কলিজা থেকেচি
লুইতৰ বুকুতে বুকুখনি মেলি
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
চুই চালে, চুই চালে বুজিবা
বুকুৰে ভিতৰত কিহৰে খহনীয়া
মন গলে , মন গলে মন গলে নোৱাৰা
মচিব জানানে হৃদয়ৰে দোমোজা
কপি উঠা দুটি ওঁঠতে
ৰঙা নীলা কথা মনৰে
কাক কব কোন বা কাষতে
শুণিবলে সময় বা হবনে
দহ টকা, দহ টকা , দহ টকা ফেৰীৰে
কমলা , কমলা, কমলাবাৰীলে
আবেলি, আবেলি , আবেলি আহিলে
গধূলি ,গধূলি , গধূলি মাজুলীলে
দেখিবা তাইৰ চকুযুৰিতে
তেজ ৰঙা নদী দুখনি
দেখিবা তেওঁৰ সেঁতা হাঁহিতে
খহি যোৱা যৌৱন কিজানি
মাজুলীত এজনী ছোৱালীয়ে গীত জুৰে
সাবটি বহুতকে ইপাৰে-সিপাৰে
অ দৰীয়া ঘাটতে কলিজা থেকেচি
লুইতৰ বুকুতে বুকুখনি মেলি
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
মাজুলীৰ এজনী ছোৱালীয়ে .............
চুই চালে, চুই চালে বুজিবা
বুকুৰে ভিতৰত কিহৰে খহনীয়া
মন গলে , মন গলে মন গলে নোৱাৰা
মচিব জানানে হৃদয়ৰে দোমোজা
কপি উঠা দুটি ওঁঠতে
ৰঙা নীলা কথা মনৰে
কাক কব কোন বা কাষতে
শুণিবলে সময় বা হবনে
মাজুলীৰ এজনী ছোৱালীয়ে .............
কমলা , কমলা, কমলাবাৰীলে
আবেলি, আবেলি , আবেলি আহিলে
গধূলি ,গধূলি , গধূলি মাজুলীলে
দেখিবা তাইৰ চকুযুৰিতে
তেজ ৰঙা নদী দুখনি
দেখিবা তেওঁৰ সেঁতা হাঁহিতে
খহি যোৱা যৌৱন কিজানি
মাজুলীত এজনী ছোৱালীয়ে গীত জুৰে
কমলা বাৰীত বহি কোনেনো শুনি থাকে
ও দৰীয়া ঘাটতে কলিজা থেকেচি
লুইতৰ বুকুতে বুকুখন মেলি
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
লুইতৰ বুকুতে বুকুখন মেলি
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
মাজুলীৰ এজনী ছোৱালীয়ে .............