বাঁহী বাঁহী বাঁহী তুমি ...|জুবিনৰ অসমীয়া বাঁহী বাঁহী বাঁহী তুমি  ........ |বাঁহী বাঁহী বাঁহী তুমি........ জুবিন গান | Zubeen Grag Song Bahi Bahi Bahi tumi ..... 


 বাঁহী বাঁহী বাঁহী তুমি ...... 

বাঁহী বাঁহী বাঁহী তুমি 

বজামে মই আলফুলে লৈ .... 

বাঁহী বাঁহী বাঁহী তুমি 

সজামে মই হিয়াতে থৈ 

মোৰ ওঠৰ গোপন ভাষাত 

সেউজৰ চন্দ্ৰ নমাবা 

বাহী বাঁহী  তুমি 

বজামে মই আলফুলে লৈ..... 


গুন গুণ গুণ গুণ 

ওঠৰে গান 

কেতিয়াকে শুনাবাহি .....

ৰুণ জুন ৰুণ জুন 

নুপূৰ বজাই 

মনতে মোৰ সোমাবাহি .......

চকুত কাঁজল 

পাগল পাগল 

চাৱনি লৈ মাৰিবাহি ......

মোৰ এটি এটি সুৰে সুৰে 

বুকু ভৰি তুমি নাছিবা 

মোৰ ওঠৰ গোপন ভাষাত 

সেউজৰ চন্দ্ৰ নমাবা..... 

বাঁহী বাঁহী বাঁহী তুমি 

বজামে  মই আলফুলে লৈ .... 


লাহা লাহী

আঙুলিৰে 

মোৰে হিয়াত চুই চোৱাহি ....

চুমি চুমি 

কলিজাত মোৰ 

দিয়া আকি সপোন আঁকি 

শুই থকা উলাহত মোৰ

কামনাৰে..... 

ৰং সানাহি....

মোৰ ,সুৰে সুৰে বুকু ভৰি.... 

বাঁহী বাঁহী বাঁহী তুমি 

বজামে মই আলফুলে লৈ...... , ||