বুকুতে বুকুখন | জুবিনৰ অসমীয়া গান বুকুতে বুকুখন |বুকুতে বুকুখন জুবিন গান | Zubeen Grag Song Bukute bukuKhon

 



বুকুতে বুকুখন ....   
 




কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰঙলী  ৰংদৈৰ

আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুনাহি 

শদিয়া সাৱটি ঘূৰা 

লুইতৰে পাৰৰত 

সময়ে থৈছিল লিখি 

বুকুতে বূুৃৃকুখন থৈ 

কোনেনো কান্ধে 

শদিয়াৰ কোলাতে্ বহি 


ৰংদৈ আছিল মাথো ঐ

লুইতৰ ডেকা তই 

চৰা কৈ জাতৰে ৰাঙলী

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শতৰু এই সমাজে 

মিলিবলে নিদিছিলে এই মাটিতে 

আপোনি চিতাতে জ্বলিছিলে ৰং হৈ 

ৰঙালীক লুইতৰ কৰি থৈ 

বুকুতে বুকুখন থৈ

কোনেনো কান্দে 

শদিয়াৰ কোলাতে বহি 


সেয়া দূৰ কোনোবা পুৰণি 

ইতিহাসৰে পাত লুতিয়াও

প্ৰেমৰ অনুপম উপমা 

দেখি আবেগত উজুটি খাওঁ 

হয়টো বা আকাশে ঠাই দিছে 

সৰগত দুয়োটাৰে মন মিলিছে 

আহিলে আহা মোৰ সতে 

শদিয়ালৈ যাও 

ৰংদৈ ৰঙালীৰ সমাধি চাও 

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰাঙলীৰ ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুণাহি ।।