মাইনা মাইনা .... | জুবিনৰ অসমীয়া গান মাইনা মাইনা ....| মাইনা মাইনা ....জুবিন গান | Zubeen Grag Song Maina Maina ....
মাইনা মাইনা ......
মাইনা মাইনা তুমি মোৰ মনেতৰা
মাইনা মাইনা তুমি মোৰ নাজিতৰা।।
মাইনা মাইনা গোলাপৰে পাহি ধুনীয়া
মাইনা মাইনা পদুমৰে কলি ধুনীয়া
মাইনা মাইনা ৰদে বৰষুনে অমিয়া
মাইনা মাইনা তুমি আকাশ তৰা ভৰা
মাইনা মাইনা পদুমৰে কলি ধুনীয়া
মাইনা মাইনা ৰদে বৰষুনে অমিয়া
মাইনা মাইনা তুমি আকাশ তৰা ভৰা
মাইনা মাইনা তুমি.............
কওঁ নকওঁ কওঁ নকওঁ কথা বুকুৰে
চাওঁ নাচাওঁ চাওঁ নাচাওঁ তোমাৰ চকুলে ।।
ভয় লাগে কিজানি তুমি নচোৱা মোলে
আঁতৰাই ৰাখা যদি দূৰতে
হিয়া যদিহে ভাগে তোমাক কথাতে
জীয়াই থকাটো হবগৈ যাতনা
মাইনা মাইনা ৰদে বৰষুনে অমিয়া
মাইনা মাইনা তুমি আকাশ তৰা ভৰা
মাইনা মাইনা তুমি আকাশ তৰা ভৰা
মাইনা মাইনা তুমি.............
কিনো পাপ কৰিলোঁ নেজানি নুবুজি ।।
যদি দিব পাৰা দিয়াহি
মোৰ চকুৰ ঘুমটি
মোৰ চকুৰ ঘুমটি
মোৰ চকুৰ ঘুমটি
বুকুৰে এধানি শান্তি
যদি লব পাৰা লোৱাহি
মোৰ মৰম আঁকোৱালি
লব দিয়া জিৰণি
দুবাহুত তোমাৰ
বুকুৰে এধানি শান্তি
যদি লব পাৰা লোৱাহি
মোৰ মৰম আঁকোৱালি
লব দিয়া জিৰণি
দুবাহুত তোমাৰ
মাইনা মাইনা তুমি.............