মুগদ্ধ হিয়া মোৰ.... | জুবিনৰ অসমীয়া গান মুগদ্ধ হিয়া মোৰ....| মুগদ্ধ হিয়া মোৰ....জুবিন গান | Zubeen Grag Song Mugdha Hiya Mur
মুগদ্ধ হিয়া মোৰ.........
মুগ্ধ হিয়া মোৰ কোনে চুই যায়
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিৱী নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
তেজ মঙহৰে মৰম নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে আঁকিলো ৰামধেনু হিয়া জুৰাই
দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে আঁকিলো ৰামধেনু হিয়া জুৰাই
এটি এটি পল আজি সোঁৱৰি হঁহা-কন্দা খেলা সুৰ ফাগুনী
আঙুলি মাজেৰে পৰে সৰি সৰি সূখৰে মুকুতা হৈ যে ধূলি
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিৱী নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
তেজ মঙহৰে মৰম নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
গুপনে ফাগুনে মন উতলালে তুমি অহাৰ আজি বাতৰি পায়
গুপনে ফাগুনে মন উতলালে তুমি অহাৰ আজি বাতৰি পায়
না নি নে নি নে ... না নি নে নি নে
ৰিণি ৰিণি শুনো ৰিণি ৰিণি কঁপি কঁপি শুনো সেই ধ্বনি
আকাশ বাউলি থমকি ধৰণী চকুলোৰে কৰো দিন শুৱনি
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিৱী নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
তেজ মঙহৰে মৰম নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
মুগ্ধ হিয়া মোৰ কোনে চুই যায়
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
বুকুতে যে জুই বিয়পাই
তেজ মঙহৰে পৃথিৱী নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
তেজ মঙহৰে মৰম নেওঁচি
জ্বলি জ্বলি ৰ’ল মাথো ছাঁই
তুমি চালেই জানা তুমি চুলেই জানা মেঘালি সপোনে বাগৰ সলায়
তুমি চালেই জানা তুমি চুলেই জানা মেঘালি সপোনে বাগৰ সলায়
তুমি চালেই জানা তুমি চুলেই জানা মেঘালি সপোনে বাগৰ সলায়