ঔ ফুলীয়া | জুবিনৰ অসমীয়া গান ঔ ফুলীয়া  | ঔ ফুলীয়া  জুবিন গান | Zubeen Grag Song o Fuliya 


ঔ ফুলীয়া 




ঔ ফুলীয়া গালতে জিলিকা তোৰ 

সৰু সেই তিলটোৱে 

ৰাতি মোক শুবলৈ নিদিয়ে ।।

আলফুলীয়া দুহাতত টিকটিকীয়া 

জেটুকাৰ বোলবোৰে 

ৰাতি মোক শুবলৈ নিদিয়ে ।।

কি কৰো  কি কৰো কতে মৰো 

শুকালো-খীনালোঁ ।।

ঔ ফুলীয়া গালতে জিলিকা তোৰ 

আলফুলীয়া দুহাতত টিকটিকীয়া 


কলডিলীয়া কৈ বান্ধিছিল খোপা 

তাতেচোন সৰগ দেখা পাই 

হেৰুৱালো মই চিত্ মনেৰে তৰণীত 

কাকনো খুলি-ভাঙি কওঁ 

কলডিলীয়া কৈ ..................

কি কৰো কি কৰো কতে মৰো 

শুকালোঁ- ক্ষীনালো ।।

ঔ ফুলীয়া ...............


সৰুদৈয়া জাপি দুহাতে ঘূৰাই ঘূৰাই 

নাছিলি নছুৱাই মোক 

 হেঁপাহে-হুতাহে বাগৰি নপৰো 

পলুৱাই নিম নিমেই তোক ।।

কি তৰো কতে মৰো 

শুকালোঁ-ক্ষীনালো।