অ মোৰে লৰাৰ মাক .... | জুবিনৰ অসমীয়া অ মোৰে লৰাৰ মাক .... | অ মোৰে লৰাৰ মাক .... জুবিন গান | Zubeen Garg Assamese Song O Mure Lorar Mak.... |
অ মোৰে লৰাৰ মাক ....
অ মোৰে লৰাৰ মাক
মাছলসৈ যাওঁ নাখাও নাখাওঁ শুদা ভাত
ৰহদৈ কৰ্দৈ পাৰি পাৰি থ তই
জুটিৰে খামে দিনৰ খাজ
মাছলৈ যাওঁ নাখাঁও শুদা ভাত ।
হাঁচতি পূৰাও মই তামোল চালিৰে
পানে চূনে যতনাই দে
কঁকালৰ তিয়নি জাকৈ শিয়নি
কাথিৰে পৰা নমাই দে
শাকনি বাৰীৰে লাই পালেং শাক
বেগতে তুলি তুলি ৰাখ
মাছলৈ যাও নাখাওঁ শুদা ভাত ||
চুবুৰীৰ ৰংমণ ও উভতি আহিলে
কঁকালৰ খালৈটি পুৰাই
খলিহনা পুঠি আৰু গৰৈ চেঙেলী
দেখি মোৰ দেহা জ্বলি যায় ,
শাকনি বাৰীৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাওঁ নাখাওঁ শুদা ভাত ||
0 Comments