পৰিভ্ৰমী চৰাই

কোন কোন অঞ্চলৰ পৰা আহে, 

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়,

ক'ত ক'ত দেখা যায়।

কুলি 

কোন কোন অঞ্চলৰ পৰা আহে

বিভিন্ন বঞ্চালৰ পৰা আহে

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

বসন্ত কালত (সচৰাচৰ মাৰ্চ মাহত)

ক'ত ক'ত দেখা যায়

অসমৰ ভৈয়াম অঞ্চলৰ  হাবি-বননিত দেখা যায়।


বালিমাহী

কোন কোন অঞ্চলৰ পৰা আহে, 

কাশ্মীৰৰ পৰা আহে

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

হেমন্ত আৰু শীতকালত (ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈ।)

ক'ত ক'ত দেখা যায়

অসমৰ বিভিন্ন পাহাৰ আৰু ভৈয়ামৰ খেতি-পথাৰ বাগিচা আদিত দেখা যায়।


দেওহাঁহ

কোন কোন অঞ্চলৰ পৰা আহে

বিভিন্ন বনাঞ্চলৰ পৰা আকাশেদি 'কাঁইট, কাঁইট' শব্দ কৰি উৰি আহে।

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

শৰত/হেমন্ত কালৰ পৰা বসন্ত কাললৈ ( ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈ।) 

ক'ত ক'ত দেখা যায়

 অসমৰ কাজিৰঙা বিভিন্ন জলাশয় আৰু লুইতৰ আওহতীয়া অঞ্চলসমূহত দেখা যায়। 


ধৃতৰাজ 

কোন কোন অঞ্চলৰ পৰা আহে

কাশ্মীৰ আৰু লাডাখৰ পৰা 

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

শৰত/হেমন্ত পৰা বসন্ত কালৰ ভিতৰত ( ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈ।) 

ক'ত ক'ত দেখা যায়

নদীৰ পাৰৰ বালিত আৰু শস্য পথাৰত দেখা যায়।


ষ্টাৰলিং

কোন কোন অঞ্চলৰ পৰা আহে

কাশ্মীৰ পৰা 

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

হেমন্ত / শীত কালত ( অক্টোবৰৰ পৰা জানুৱাৰী মাহলৈ।)

ক'ত ক'ত দেখা যায়

মুকলি খেতি পথাৰত খাদ্য বিছাৰি ফুৰা দেখা যায়। 


চাতক

কোন কোন অঞ্চলৰ পৰা আহে

ইউৰোপৰ পৰা আহে।

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

হেমন্ত / শীতকালত ( অক্টোবৰ পৰা জনুৱাৰী মাহলৈ)

ক'ত ক'ত দেখা যায়

টেলিগ্ৰাফৰ তাঁৰত আৰু মুকলি আকাশত জাক পাতি উৰি ফুৰে।


বগজাতীয় চৰাই

কোন কোন অঞ্চলৰ পৰা আহে

ইৰান,ছাইবেৰিয়া,মধ্য় এচিয়া,উত্তৰ আফ্ৰিকাৰ পৰা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমলৈও আহে।

কোন কোন সময়ত আহে বা সিহঁতক দেখা যায়

ছেপ্তেম্বৰ মাহৰ শেষভাগত আৰু এক্টোবৰ মাহৰ প্ৰথম ভাগত আহে আৰু মাৰ্চ/এপ্ৰিলত অসমৰ পৰা গুচি যায়।

ক'ত ক'ত দেখা যায়

অসমৰ বিভিন্ন জলাশয়সমূহত দেখা যায়।


Bastab Deka