বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰ

চমু পৰিচয়

ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয় ১৮৬১ চনত কলিকতাত। তেখেতৰ পিতৃ নাম আছিল দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ নাম সাৰদা দেৱী। ৰবীন্দ্ৰনাথ ঠাকুৰ লৰালিকালত মতা নাম আছিল ৰবি। 


গ্ৰন্থসমূহ 

ৰবীন্দ্ৰনাথ ঠাকুৰ একাধাৰে কবি, নাট্যকাৰ, ঔপন্যাসিক, চুটিগল্পকাৰ, সাহিত্য-সমালোচক, সংগীতকাৰ আৰু চিত্ৰ শিল্পি।  তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে মানসী, ঘৰে বাইৰে, সোমাৰ তৰী, গোৰা, ডাক-ঘৰ। ইয়াৰ উপৰিও তেখেতে স্বদেসী আন্দোলনৰ সমৰ্থনত তেখেত বহুত দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল। পৌৰাণিক ভাৰতৰ শিক্ষা পদ্ধতিৰ আৰ্হিত ১৯০৩ চনত তেখেতে বিশ্ববিখ্য়াত শান্তিনিকেতন স্থাপন কৰে। 


✱ ১৯১৩ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে মহৎ 'গীতাঞ্জলি'ৰ বাবে নোবেল বঁটা লাভকৰে। 


Nayan Jyoti Bordoloi





Post ID :DABP005211