আজিও যে নুবুজো । জুবিনৰ অসমীয়া গান আজিও যে নুবুজো । আজিও যে নুবুজো জুবিনৰ  অসমীয়া গান | Zubeen garg Assamese song Ajiu je nubuju |  

 আজিও যে নুবুজো



আজিও যে নুবুজে একোকে

কাৰ বাবে আছে যে ৰৈ 

জানিছিলোঁ তুমি মােৰ নােহােৱা 

তথাপিতাে মই ৰওঁ 

দূৰে দূৰে থাকিবা কিমান আৰু

জ্বলাই একুৰা জুই হৃদয়ত 

নুবুজা কিয় বুজাব নােৱাৰা

কথাবোেৰ প্ৰাণৰ ভাষাৰে ক'ব খােজোঁ । 

দূৰে দূৰে .... 

তােমাক নীলা

দুচকুতে দেখা নিতে মই

আশাৰ ৰঙৰ ৰঙীন পােহৰ 

জোনৰ দৰে জ্বলি ৰম 

তােমাৰ মন আকাশত 

জোনাকৰ অমিয়া সুৰ বিলাই 

জীৱন পথত কাহানিবা যদি হাৰাে 

দিবা প্ৰেৰণা মােক খুঁজিবলৈ 

এন্ধাৰ পথত

জ্বলি ৰ’বা তুমি

চাকি হৈ

তেজৰ প্ৰভাতক আনিবলৈ 

দূৰে দূৰে..

প্ৰেমৰ হেনাে নাথাকে

কোনাে কালে সীমনা । 

তথাপি আমি যেন

মেঘৰ আঁৰত

মােৰ উশাহত 

বাজি উঠে মাথো বেদনা

সুদূৰত আছে ৰৈ 

নীৰৱ তৃষা 

একেদৰে থাকি যদি 

এই জীৱন ।

থাকিম তোমাৰেই মাজতে 

এন্ধাৰ পথত জ্বলি ৰম 

মই জুই হৈ 

তোমাৰ মৰমৰ প্ৰেৰণাৰে 

দূৰে দূৰে...........।।