১৬.১ কিমান পৰিমাণৰ পানী পােৱা যায়ঃ

     মহাকাশৰ পৰা লােৱা পৃথিৱীৰ ছবিখন চোৱা । এইখন দেখাত কিয় নীলা ? নিশ্চয় তুমি অনুমান কৰিব পাৰিছা !

     তােমালােকে জানা যে পৃথিৱীৰ উপৰিভাগৰ প্রায় ৭১ % ভাগক পানীয়ে আগুৰি আছে । পৃথিৱীত পােৱা প্রায় সকলােখিনি পানী সাগৰ , মহাসাগৰ , নদী , হ্রদ , বৰফৰ চূড়াত থকাৰ উপৰিও ভূ - গর্ভত আৰু বায়ুমণ্ডলত থাকে । অৱশ্যে প্রায়বিলাক পানীয়েই পােনপটীয়াকৈ মানুহে খােৱাৰ উপযােগী নহয় । নির্মল পানীহে আমাৰ কাৰণে । ব্যৱহাৰৰ উপযােগী । তলৰ ক্রিয়াকলাপ কেইটা কৰি কিছুমান উৎসৰ মােটামুটিভাৱে পানীৰ আপেক্ষিক পৰিমাণ নির্ণয় কৰা ।

ক্ৰিয়াকলাপ ১৬.২ 

    আমাৰ বহুতেই পানীক অন্তহীন সম্পন্ন হিচাপে গণ্য কৰে। এই ক্ৰিয়াকলাপৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ প্ৰকৃত পৰিমাণৰ ধাৰণা কৰিব পাৰানে।

    এই পৰিসংখ্যাই তোমালোকক শ্ৰেণীত আলোচনা কৰা ।


Type : Ankur Raj Deka 

class 7  Science SCERT Book