যতীন্দ্ৰ নাথৰ দুৱাৰৰ  বিষয়ে সকলো প্ৰশ্ন উত্তৰ। 


১) যতীন্দ্ৰ নাথ দুৱাৰ কোন আছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰ এগৰাকী বিশ্বপ্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল।

২)যতীন্দ্ৰ নাথ দুৱাৰ জন্ম কোন চনৰ কোন তাৰিখে হৈছিল  ?

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম ১৮৯২চনৰ ৪মাৰ্চ তাৰিখে হৈছিল ।

৩) যতীন্দ্ৰ নাথ দুৱাৰ  জন্ম কোন ঠাইত  হৈছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম শিৱসাগৰ জিলাৰ আমোলাপট্ৰি নামৰ ঠাই এখনত। 

৪)যতীন্দ্ৰ নাথ দুৱাৰ  পিতৃ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰ পিতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱাৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱাৰা। 

৫)যতীন্দ্ৰ নাথ দুৱাৰাই কোন জিলাত প্ৰাথমিক শিক্ষা গ্ৰহন কৰিছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই প্ৰাথমিক শিক্ষা শিৱসাগৰ জিলাত লাভ কৰে ।

৬) যতীন্দ্ৰ নাথ দুৱাৰাই  কোন চনত কোন বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই ১৯০৯ চনত উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। 

৭) যতীন্দ্ৰ নাথ দুৱাৰাই  কোন চনত আৰু কোন কলেজৰ  পৰা স্নাতক ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰাই  ১৯১৩ চনত স্কটিজ চাৰ্চ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।

৮) যতীন্দ্ৰ নাথ দুৱাৰাই  কোনখন জিলাত চাকৰি জীৱনৰ আৰম্ভ কৰিছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই ডিব্ৰুগড় জিলাত চাকৰি জীৱনৰ আৰম্ভ কৰিছিল।

৯) যতীন্দ্ৰ নাথ দুৱাৰাই হনুমানবক্স সুৰযমল কানৈ কলেজত কেইবছৰ ধৰি কৰ্মৰত আছিল?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই হনুমানবক্স সুৰযমল কানৈ কলেজত বাৰ বছৰ ধৰি কৰ্মৰত আছিল ।

৯) যতীন্দ্ৰ নাথ দুৱাৰাই কোন জিলাত কি চাকৰি কৰি চাকৰি জীৱনৰ সামৰণি মাৰে ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই ডিব্ৰুগড় জিলাত শিক্ষকতাৰ চাকৰি কৰি চাকৰি জীৱনৰ সামৰণি কৰিছিল। 

১০) যতীন্দ্ৰ নাথ দুৱাৰাই কোনখন আলোচনীৰ জড়িয়তে সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই  "বাহীঁ" আলচনীৰ জড়িয়তে সাহিত্য জগতত 

আত্মপ্ৰকাশ কৰিছিল ।

১১) যতীন্দ্ৰ নাথ দুৱাৰাৰ কেইখনমান কবিতাপুথিৰ নাম লিখাঁ ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাৰ কেইখনমান কবিতাপুথিৰ নাম হল 'ওমৰ তীৰ্থ, আপোনাৰ সুৰ, বনফুল, মিলনৰ সুৰ,মৰমৰ সুৰ আদি ।

১২) যতীন্দ্ৰ নাথ দুৱাৰাই কোন চনত কোন কবিতাপুথিৰ বাবে  সাহিত্য অকাডেমি বটাঁ লাভ কৰে ? 

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই ১৫৫২ চনত বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাডমি বটাঁ লাভ কৰিছিল| 

১৩) ৰাজপ্ৰসাদৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ-ৰাজপ্ৰসাদৰ পত্নীৰ নাম প্ৰঞ্জাসুন্দৰী আছিল। 

১৪) কিমান চনৰ পৰা কিমান চনলৈ যতীন্দ্ৰ নাথ দুৱাৰাই  কলিকতাৰ কোন কলেজত বুৰঞ্জীৰ বিষয়ত  শিক্ষকতা কৰিছিল?

উত্তৰঃ- ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ যতীন্দ্ৰ নাথ দুৱাৰাই কলিকতাৰ স্কটিচ চাৰ্চ কলেজত বুৰঞ্জী বিষয়ত শিক্ষকতা কৰিছিল।

১৫) যতীন্দ্ৰ নাথ দুৱাৰক চন্দ্ৰকুমাৰ আগৰৱালাই কি বুলি মাতিছিল ?

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰক চন্দ্ৰকুমাৰ আগৰৱালাই যদু বুলি মাতিছিল ।

১৬) যতীন্দ্ৰ নাথ দুৱাৰাৰ দ্বিতীয়খন কবিতাপুথিখনৰ নাম লিখা ?

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰাৰ দ্বিতীয়খন কবিতাপুথিখনৰ নাম হ'ল কথা কবিতা ।

১৭) কোন চনত যতীন্দ্ৰ নাথ দুৱাৰাই গুৱাহাটী সাহিত্য সভাৰ সভাপতি আছিল ?

উত্তৰঃ-১৯৫৫ চনত যতীন্দ্ৰ নাথ দুৱাৰাই  গুৱাহাটী সাহিত্য সভাৰ সভাপতি আছিল ।

১৮) ওমৰ তীৰ্থ নামৰ গ্ৰন্থৰাজীখন কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ-ওমৰ তীৰ্থ নামৰ  গ্ৰন্থৰাজীখন ১৯২৬ চনত প্ৰকাশ পাইছিল।

১৯) কথা কবিতা নামৰ গ্ৰন্থৰাজীখন কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ-কথা কবিতা নামৰ গ্ৰন্থৰাজীখন ১৯৩৩ চনত প্ৰকাশ পাইছিল ।

২০) আপোন সুৰ নামৰ গ্ৰন্থৰাজীখন কোনচনত প্ৰকাশ পাইছিল ?

উত্তৰঃ-আপোন সুৰ নামৰ গ্ৰন্থৰাজীখন ১৯৩৮চনত প্ৰকাশ পাইছিল ।

২১) মিলনৰ সুৰ নামৰ গ্ৰন্থৰাজীখন কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ- মিলনৰ সুৰ নামৰ গ্ৰন্থৰাজীখন ১৯৫৮ চনত প্ৰকাশ পাইছিল ।

২২)  মৰমৰ সুৰ নামৰ গ্ৰন্থৰাজীখনকোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ- মৰমৰ সুৰ নামৰ  গ্ৰন্থৰাজীখন ১৯৭৬ চনত প্ৰকাশ পাইছিল ।

২২) যতীন্দ্ৰ নাথ দুৱাৰাই সাহিঁত্য অকাডেমি বটাঁ কোন চনত লাভ কৰে ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই  সাহিঁত্য অকাডেমি বটাঁ ১৯৫৫চনত লাভ কৰে ।

২৩)  যতীন্দ্ৰ নাথ দুৱাৰাই কোন কোন কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাই পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম আৰু জাৰ্মানৰ কবি হেইনৰিখ দ্বাৰা প্ৰভাৱিত হৈছিল ।

২৪) যতীন্দ্ৰ নাথ দুৱাৰাক লিখিঁবলৈ কোনে প্ৰেৰনা যোগাইছিল ?

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰাক লিখিঁবলৈ বেনুধৰ ৰাজখোৱাই প্ৰেৰণা যোগাইছিল |

২৫) সাহিত্যজগতত যতীন্দ্ৰ নাথ দুৱাৰক কোনে কোনে প্ৰেৰণা যোগাইছিল ?

উত্তৰঃ-সাহিত্যজগতত যতীন্দ্ৰ নাথ দুৱাৰাক চন্দ্ৰকুমাৰ আগৰৱালা আৰু তৰুণৰাম ফুকন আদিয়ে তেখেঁতক প্ৰেৰণা যোগাইছিল ।

২৬)যতীন্দ্ৰ নাথ দুৱাৰৰ প্ৰথমখন প্ৰকাশিত কবিতাপুথিখনৰ নাম লিখাঁ ।

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাৰ প্ৰথমখন প্ৰকাশিত কবিতাপুথিখনৰ নাম হল ওমৰ তীৰ্থ ।

২৭) ওমৰ তীৰ্থ কবিতাপুথিখন কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ-ওমৰ তীৰ্থ কবিতাপুথিখন ১৯২৫চনত প্ৰকাশ পাইছিল।

২৮)যতীন্দ্ৰ নাথ দুৱাৰৰ সকলো কামৰ প্ৰেৰণা কোনে দিছিল ?

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰৰ সকলো কামৰ প্ৰেৰনা লক্ষীধৰ শৰ্মাই দিছিল । 

২৯) দুৱাৰৰ কবিতাৰ মূল সুৰ কি?

উত্তৰঃ- দুৱাৰৰ কবিতাৰ মূল সুৰ হল আত্মকেন্দ্ৰীক।

৩০) যতীন্দ্ৰ নাথ দুৱাৰাই কলিকতাৰ  স্কটিজ চাৰ্চ্চ কলেজত তেখেতে কি বিষয়ত শিক্ষকতা কৰিছিল | 

উত্তৰঃ- যতীন্দ্ৰ নাথ দুৱাৰাই কলিকতাৰ স্কটিজ চাৰ্চ্চ কলেজত তেখেঁতে বুৰঞ্জী বিষয়ত শিক্ষকতা কৰিছিল ।

৩১) যতীন্দ্ৰ নাথ দুৱাৰাক  আন কি নামেৰে জনা যায় ?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাক  বনফুলৰ কবি নামেৰে জনা যায়।

৩২) সাহিত্য একডমী বটা পোৱা অসমৰ প্ৰথম গৰাকী সাহিত্যিক জনৰ নাম কি ?

উত্তৰঃ- সাহিত্য একডমীত বটা পোৱা অসমৰ প্ৰথমগৰাকী সাহিত্যিক জনৰ নাম আছিল যতীন্দ্ৰ নাথ দুৱাৰা।

৩৩) যতীন্দ্ৰ নাথ দুৱাৰাৰ দ্বিতীয় প্ৰকাশিত গন্থখনৰ নাম লিখাঁ ।

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাৰ দ্বিতীয় প্ৰকাশিত গন্থখনৰ নাম হ'ল কথা কবিতা।

৩৪) যতীন্দ্ৰ নাথ দুৱাৰাৰ কবিতাৰ মূলতে কোন কোন আছিল?

উত্তৰঃ-যতীন্দ্ৰ নাথ দুৱাৰাৰ  কবিতাৰ মূলতে চন্দ্ৰকুমাৰ আগৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা আছিল।

৩৫) কথা কবিতা বুলিলে কি বুজা ?

উত্তৰঃ-কোনো আৱেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয় হিচাপে লৈ গদ্যত দিয়া নাতিদীৰ্ঘক কথাকবিতা বোলে।

৩৬) কথা কবিতাৰ প্ৰাথমিক উদ্দেশ্য কি ? 

উত্তৰঃ- কথা কবিতাৰ প্ৰথমিক উদ্দেশ্য হল চিত্ৰ।

৩৭) সাহিত্য জগতত যতীন্দ্ৰ নাথ দুৱাৰৰ দীক্ষা গুৰু কোন আছিল ?

উত্তৰঃ- সাহিত্য জগতত যতীন্দ্ৰ নাথ দুৱাৰৰ দীক্ষা গুৰু লক্ষীনাথ বেজবৰুৱা আছিল।

৩৮) সাহিত্য জগতত যতীন্দ্ৰ নাথ দুৱাৰাই  কোন কোন ব্যক্তিৰ পৰা প্ৰেৰণা পাইছিল ? 

উত্তৰঃ-সাহিত্য জগতত যতীন্দ্ৰ নাথ দুৱাৰাই লক্ষীনাথ বেজবৰুৱা,তৰুণৰাম ফুকন আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ আদিৰ পৰা প্ৰেৰেণা পাইছিল। 

৩৯) কথাকবিতা কোন শতিকাৰ সৃষ্টি হৈছিল  ?

উত্তৰঃ কথা কবিতা উন্নবিংশ শতিকাত সূষ্টি হৈছিল।

৪০)চন্দুময় কবিতাৰ প্ৰধান লক্ষ্য কি লিখাঁ ?

উত্তৰঃ- চন্দুময় কবিতাৰ প্ৰধান লক্ষ্য হ'ল গ্ৰীক বা চাইক্ৰ বিষয়ৰ মুত্ত কৰি তুলা ।

৪১) যতীন্দ্ৰ নাথ বৰুৱাৰ কোন চনৰ কোন তাৰিখে কোন জিলাত মৃত্যু হৈছিল ?

উত্তৰঃ- যতীন্দ্ৰ নাথ বৰুৱাৰ ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে শিৱসাগৰ  জিলাত  মৃত্যু হৈছিল । 


যতীন্দ্ৰ নাথ দুৱৰা বিষয়ে

Type Arup Koch 

Morigaon Assam