ছ   

৭৬৭) ছখু (Chakhu) - চকু ।  
৭৬৮) ছগ্ৰা (Chagra) - হৰিণ ।  
৭৬৯) ছঞ্জ (Chanja) - গধূলি 
৭৭০) ছটু (Chatu) - সৰু ।  
৭৭১) ছদন (Chadan) - পাখী । 
৭৭২) ছদ্ম (Chadma) - অন্য বেশ ।  
৭৭৩) ছন্দক (Chandak) - বাসুদেৱ ।  
৭৭৪) ছন্দজ (Chandaj) - ছন্দত যাৰ জন্ম ।  
৭৭৯) ছন্দোজ (Chanduj) - সামবেদাধ্যায়ী ।  
৭৮০) ছন্ন (Chhanna) - আবৃত ।   
৭৮১) ছফল (Chaphal) - ৰূপ ।  
৭৮৩) ছৱাংগ (Chawanga) - দেহ , শৰীৰ ।  
৭৮৪) ছৱাল (chawal) - ল'ৰা , শিশু ।   
৭৮৫) ছাগ্ৰিদ (Chagrid) - দেহৰক্ষী ।          
৭৮৬) ছাতু (Chatu) - কাঠফুলা ।  
৭৮৭) ছানজা (Chanja) - পূব ।  
৭৮৮) ছাপিত (Chapit) - অদৃশ্য । 
৭৮৯) ছাম (Cham) - উৰাল ।   
৭৯০) ছায়াংক (Chayanka) - জোনবাই ।    
৭৯১) ছিন্ন (Chinna) - ছেদন কৰা ।          
৭৯২) ছুড়া (Chura) - গুড় ।      
৭৯৩) ছুৰুজ (Churuj) - সূৰ্য ।  
৭৯৪) ছূৰা (Chura) - অমৃত ।  
৭৯৫) ছেঞ্চা (Chensa)- চিঞৰি । 
৭৯৬) ছেন্দা (Chenda) - জলঙা ।   
৭৯৭) ছোড (Chud) - সৰু ।             
৭৯৮) ছোনঞ্চা (Chonncha) - পিৰালি ।  
৭৯৯) ছোৰণ (Churan) - ত্যাগ । 
৮০০) ছুৰণ (Churan) - অনুলেপন ।






Type: Bipasha kakati..