বুদ্ধি অভীক্ষা (Intellingence Test) Chapter 4 Question and Answer Assam | B.A 3rd Semester Education Suggestion | B.A 3rd Semester Education Free Notes | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | বুদ্ধি অভীক্ষা    (Intellingence Test) পাঠটোৰ প্ৰশ্ন-উত্তৰ



বুদ্ধি অভীক্ষা
(Intellingence Test)


প্রশ্নাবলী (Questions )

1. বুদ্ধি কি?

What is intelligence?

উত্তৰঃ বুদ্ধি হৈছে ব্যক্তিৰ এক সাধাৰণ মানসিক ক্ষমতা যাৰ সহায়ত ব্যক্তিয়ে সমস্যা সমাধান কৰি পৰিৱেশত সুস্থভাবে সমায়োজন কৰিব পাৰে। বুদ্ধি এক বহুল পৰিসৰৰ সাধাৰণ মানসিক  গুণ যিয়ে ব্যক্তিক কাৰ্যক্ষম কৰি  তুলি নিজৰ স্বকীয় ব্যক্তিগত ক্ষমতা আৰু যোগ্যতাক প্রকাশ কৰে। 
2. বুদ্ধিৰ এটা সংজ্ঞা লিখা ।

Write a definition of intelligence.

উত্তৰঃ বুদ্ধিৰ এটা সংজ্ঞা হ'ল-

(১) বিনেৰ মতে, উপযুক্তভাবে যুক্তি প্ৰদৰ্শন কৰিব পৰা, ভালদৰে বিচাৰ কৰা আৰু আত্মা সমালোচনা কৰাৰ ক্ষমতাই হ'ল বুদ্ধি (to reason well, to judge well and to be self critical-Binet)

(২) ষ্টাৰ্ণৰ মতে, “বুদ্ধি হৈছে ব্যাক্তিক এক নতুন পৰিৱেবশত সমাযোজন কৰাৰ ক্ষমতা" (ability to adjus oneself to a new situation- Stern)

 3. টাৰমেনে আগবঢ়োৱা বুদ্ধিৰ সংজ্ঞাটো লিখা।

Write the definition of intelligence given by terman.

উত্তৰঃ টাৰমেনে আগবঢ়োৱা বুদ্ধিৰ সংজ্ঞাটো হ'ল-

মনোবিজ্ঞানী টাৰমেনৰ মতে, “বুদ্ধি হৈছে এক বিমূর্ত্ত চিন্তন ক্ষমতা” (ability to carry on thinking-Terman) 


4. বুদ্ধিৰ দুটা বৈশিষ্ট্য লিখা। Write two characteristics of intelligence.

উত্তৰঃ  বুদ্ধিৰ দুটা বৈশিষ্ট্য হ'ল-

(১) বুদ্ধি এক জন্মগত মানসিক ক্ষমতা।

(২) বুদ্ধি কোনো অভিজ্ঞতা বা শিকনৰ ফল নহয় ।

(৩) ব্যক্তিৰ বিমূৰ্ত্তি চিন্তাৰ পৰিচায়ক হ'ল বুদ্ধি।

5. বুদ্ধি অভীক্ষা কি? What is intelligence test?

উত্তৰঃ বুদ্ধি অভীক্ষাই সাধাৰণতে ব্যক্তিৰ মানসিক ক্ষমতাসমূহৰ পৰীক্ষা কৰাকেই বুজায়। বুদ্ধিৰ জৰিয়তে ব্যক্তিয়ে স্মৃতি, কল্পনা, চিন্তা, যুক্তি, সমস্যা সমাধান আদি মানসিক ক্ষমতাৰ বিকাশ সাধন কৰিব পাৰে। মনোবৈজ্ঞানিকসকলে ব্যক্তিৰ এই মানসিক দিশসমূহৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ কেতবোৰ উপায় গ্ৰহণ কৰি আহিছে। কেতিয়াবা কথিত বা লিখিত পৰীক্ষাৰ ব্যৱস্থাই, কোনো সময়ত ভাষিক বা সাংখ্যিক আৰু গাণিতিক ধাৰণাৰদ্বাৰা ব্যক্তিৰ কাৰ্য নিৰীক্ষণ কৰে।


6. চনত কোনে পোনপ্ৰথমে পিছপৰা ল'ৰা-ছোৱালীৰ স্কুল প্রতিষ্ঠা কৰিছিল? 
Who had established first school for the backward children in the year 1837?

উত্তৰঃ

7.  জার্মানীত প্রথমে কোনে পৰীক্ষণ গৱেষণাগাৰ স্থাপন কৰিছিল? 
Who had established first experimental laboratory in Germany.

উত্তৰঃ জাৰ্মানীত 

৪. কিমান চনত উইলহেম উন্দয়ে প্ৰথম পৰীক্ষণ গৱেষণা স্থাপন কৰিছিল? 
In which year Wilhen Wundt established first experimental laboratory?

9. উন্দৰ পৰীক্ষণ গৱেষণাগাৰত প্ৰশিক্ষণ লোৱা দুজন মনোবিজ্ঞানীৰ নাম লিখা। 
Name two psychologists who had taken training in experimental laboratory of Wundt

10. পদ্ধতিগতভাৱে আৰম্ভ কৰা পৰীক্ষণ আন্দোলনৰ জড়িত থকা মনোবিজ্ঞানী গৰাকীৰ নাম লিখা। 
Write name the psychologist who had systematically started the experimental movement.


11. ব্যক্তিৰ পাৰ্থক্য নির্ণয় কৰিবলৈ পোনতে ব্যৱহাৰ কৰা “পাৰিসাংখিক পদ্ধতি " 
Anthroporti Laboratory" কোনে স্থাপন কৰিছিল।

Who had established "Anthropometric Laboratory"? 

উত্তৰঃ

12. "পাৰিসাংজ্যিক প্রজাতিৰ” ব্যক্তিগৰাকীৰ নাম লিখা।

Name the first individual who had used "Statistical Method" for determining individual differences.

উত্তৰঃ

13. কোনে প্রতিক্রিয়া কালৰ ওপৰত গৱেষণা কৰা ডক্টৰেট ডিগ্রী পাইছিল। 
Who had got doctoral degree for conducting research on reaction time.

উত্তৰঃ

14. কোনে প্রথম বাৰৰ বাবে “মানসিক অভীক্ষা" নামটো ব্যৱহাৰ কৰিছিল।
Who had used the name "Mental test for the first time"?

উত্তৰঃ

15. কোনে বিজ্ঞানসম্মতভাৱে বিশ্লেষণৰ ওপৰত ভিত্তি কৰি বুদ্ধি অভীক্ষাৰ বিকাশ কৰিছিল?

Who had developed intelligence test based on scientific analysis? 
উত্তৰঃ

16. কিমান চনত বিনেই চাইমন অভীক্ষাৰ প্ৰথম প্ৰকাশ হৈছিল ? 
In which year Binet-Simon test was published? 
উত্তৰঃ

17. কিমান চনত বিনেই চাইমন অভীক্ষাৰ তৃতীয় সংস্কৰণ হৈছিল ? 

In which year third revision of Binet-Simon test was made? 

উত্তৰঃ

18. ব্যক্তিগত বুদ্ধি অভীক্ষা কি?

What is individual intelligence test? 

উত্তৰঃ 

19. ব্যক্তিগত বুদ্ধি অতীক্ষাৰ ভাগসমূহ কি কি?
What are the types of individual intelligence test? 
উত্তৰঃ

20. ব্যক্তিগত অভাষিক বুদ্ধি অভীক্ষাৰ দুটা উদাহৰণ দিয়া।
Give two examples of individual non-verbal test 
উত্তৰঃ

21. ব্যক্তিগত বুদ্ধি পৰীক্ষাৰ দুটা গুণ উল্লেখ কৰা।

Mention two merits of individual intelligence test.
উত্তৰঃ

22. ব্যক্তিগত বুদ্ধি অভীক্ষাৰ দুটা দোষ উল্লেখ কৰা।

Mention two demerits of individual intelligence test.
উত্তৰঃ

23. সমূহ অভীক্ষা কি?
What is group intelligence test?

উত্তৰঃ

24  সমূহ অভীক্ষাৰ প্ৰকাৰসমূহ কি কি?
What are the types of group intelligence test? 
উত্তৰঃ

25. ভাষা প্রধান সমূহ বুদ্ধি অভীক্ষাৰ দুটা উদাহৰণ দিয়া।
Give no examples of group verbal intelligence test.
উত্তৰঃ 

26. ভাষাহীনসমূহ বুদ্ধি অভীক্ষাৰ দুটা উদাহৰণ দিয়া।
Write two examples of group non verbal intelligence test? 
উত্তৰঃ

27. সমূহ বুদ্ধি পৰীক্ষাৰ দুটা গুণ আৰু দুটা দোষ লিখা। 
White two merits and two demerits of group intelligence test
উত্তৰঃ 

28. ব্যক্তিগত বুদ্ধি পৰীক্ষা আৰু সমূহ বুদ্ধি পৰীক্ষাৰ চাৰিটা পাৰ্থক্য লিখা । 
Write four points of differences between individual intelligence test and group intelligence.
উত্তৰঃ

29. কিমান চনত স্টেফ ও বিনে চাইমন মাপকাঠী প্ৰস্তুত কৰা হৈছিল? 
In write year standford Binct-Simon Scale was made? 
উত্তৰঃ

30. কোনটো মাপকাঠীত পোনপ্ৰথমে “মানসিক বয়সৰ ধাৰণাটো ব্যৱহাৰ কৰা হৈছিল ? 
In which scale the concept of "mental age" was introduced for the first time
উত্তৰঃ

31 কোনটো মাপকাঠী আৰু কিমান চনত বিচ্যুত বুদ্ধাংক ধাৰণাৰ ব্যৱহাৰ কৰা হৈছিল? 
In which scale and year, the concept of Deviation I. Q was introduced for the first time?
উত্তৰঃ

32. বিচ্যুত বুদ্ধ্যংক কি?

What is Deviation 1. Q.

উত্তৰঃ


33. চনৰ ষ্টেনফ'ৰ্ড বিনে সংস্কৰণ মাপকাঠীৰ লগত জড়িত ব্যক্তিসকল কোন কোন আছিল? Who are the individuals associated with the publication of revision of the Standford-Binet Scale of 1986.

উত্তৰঃ


34. আৰ্মি আলফা অভীক্ষা বুলিলে কি বুজা?
What do you mean by Army Alpha Test? 
উত্তৰঃ

35. কিমান চনত আমি আলফা অভীক্ষাৰ সংস্কৰণ হৈছিল?
In which year Army Alpha test was revised.
উত্তৰঃ

36. আমি বিটা অভীক্ষা কি?

What is Army Beta Test?

37. সম্পাদনী অভীক্ষা কি? 
What is performance test?

উত্তৰঃ

38. দুটা বিখ্যাত সম্পাদনী অভীক্ষাৰ উল্লেখ কৰা। 
Mention two famous performance test.
উত্তৰঃ

39.  সম্পাদনী অভীক্ষাৰ দুটা গুণ আৰু দুটা দোষ লিখা ।
Write two merits and demerits of performance test. 
উত্তৰঃ

40. ভাটিয়া সম্পাদনী অভীক্ষাৰ উপ অভীক্ষাসমূহ উল্লেখ কৰা ।
Mention the sub-test of Bhatia Performance test. 
উত্তৰঃ

41. কিমান চনত ৱেলাৰে নিজৰ মাপকাঠী প্ৰস্তুত কৰিছিল?
In which year Wechsler prepared his scale?
উত্তৰঃ

42. কিমান চনত ৰেলাৰ শিশু বুদ্ধি অভীক্ষা প্ৰকাশ হৈছিল? 
In which year Wechsler Intelligence Scale for Children was published? 
উত্তৰঃ

43 বয়স কাঠী কি?

What is age scale ? 
উত্তৰঃ

44. নম্বৰ কাঠী কি ? 
What is Point scale?
উত্তৰঃ
45. বয়সকাঠী আৰু নম্বৰ কাঠীৰ পাৰ্থক্য বিচাৰ কৰা ?
Differentiate between age scale and point scale.
উত্তৰঃ
46. বুদ্ব্যাংক কি? 
What is intelligence quotient?
উত্তৰঃ

47. ১৯০৫ চনৰ বিনে-চাইমন মাপকাঠীৰ চমুকৈ আলোচনা কৰা ? 
Discuss briefly the Binet-Simon Scale of 1905.
উত্তৰঃ 

48. 1908 চনৰ বিনে-চাইমন অভীক্ষাৰ সংস্কৰণটো আলোচনা কৰা।
Discuss the revision of Binet-Simon Scale of 1908.
উত্তৰঃ

49. 1911 চন আৰু 1916 চনৰ বিনে-চাইমন মাপীৰ সংস্কৰণৰ বিষয়ে আলোচনা কৰা। 
Discuss the revision of Binet-Simon Scale of 1911 and 1916.
উত্তৰঃ
50. 1937 চনৰ ষ্টেনফ'ৰ্ড-বিনে মাপকাঠীৰ আলোচনা কৰা ? 
Discuss the Standford-Binet Scale of 1937.
উত্তৰঃ
51. আমি বিটা অভীক্ষাৰ এটা চমুটোকা লিখা।
Write a brief note on Army Alpha Test
উত্তৰঃ

 52. আমি বিটা অভীক্ষাৰ বিষয়ে চমু বৰ্ণনা কৰা।
Describe shortly about Army Beta Test. 
উত্তৰঃ

53. ভাটিয়া সম্পাদনী অভীক্ষাৰ বিষয়ে আলোচনা কৰা।
Discuss about the Bhatia's Performance Test.
উত্তৰঃ

54.  ৰেলাৰ প্ৰাপ্তবয়স্ক বুদ্ধি অভীক্ষাৰ বিষয়ে বৰ্ণনা কৰা । 
Describe the Weshsler Adult Intelligence Scale.
উত্তৰঃ

55. 1939 চনৰ ৰেচলাৰ মাপকাঠীৰ মূলাংকন কৰা। 
Evaluate the Weshsler scale of 1939. 

56. শিক্ষাত বুদ্ধি পৰীক্ষাৰ ব্যৱহাৰ সম্পর্কে আলোচনা কৰা।
Discuss the uses of intelligence test in education. 
উত্তৰঃ

57. বুদ্ধি অভীক্ষাৰ দোষসমূহ আলোচনা কৰা ।
Discuss the demerits of intellegence test. 
উত্তৰঃ