আ 

১৪৭) আংগিক (Angik) - অংহীগ সম্বন্ধীয় । 
১৪৮) আঁওচ্ (anoch)  - নাঙলৰ সীৰলু ।  
১৪৯) আকল্প (Akalpa)  - অলংকাৰ ।   
১৫০) আকাশ (Akash) - গগন । 
১৫১) আকাশদীপ (Akash Dip) - আকাশ বন্তি ।  
১৫২) আকুল (Akul) - বান্ধনি ।   
১৫৩) আচন্ত (Achanta) -আচমন । 
১৫৪) আচ্ছন্ন (Achanna) - আবৃত । 
১৫৫) আজানু  (Ajanu) - জানু পৰ্যন্ত ।
১৫৬) আজু (Aju) - আজি । 
১৫৭) আঞ্চা (Anca)- সৰু ডিমাচা ল'ৰা ।
১৫৮) আণৱ (Anab) - সূক্ষ্ম ।     
১৫৯) আত্মানন্দ (Atmananda) - নিজৰ আনন্দ ।     
১৬০) আদৰ্শ (Adarsh) -চানেকি । 
১৬১) আদি (Adi) - প্ৰথম ।    
১৬২) আদিত্য (Aditya) - সূৰ্য । 
১৬৩)আদিত্যকমল (Aditya kamal) - ৰক্ত পদ্ম । 
১৬৪) আদিত্যনয়ন  Aditya nayan)- উষাকালৰ সূৰ্যৰ দৰে জ্যোতিস্মান চক্ষু । 
১৬৫) আদিত্যনাৰায়ণ (Aditya narayan) - সূৰ্য আৰু নাৰায়ণ বিষ্ণু । 
১৬৬) আদিনাথ (Adi nath) - শিৱ । 
১৬৭) আদৃত (Adrit) - মান পোৱা ।   
১৬৮) আদ্যোৎ (Adyat) - পোহৰেৰে পৰিপূৰ্ণ ।    
১৬৯) আধিক্য (Adhikya)- অধিক পৰিমাণ ।    
১৭০) আনক (Anak) - গৰ্জনকাৰী মেঘ ।   
১৭১) আনন্দ (Ananda) - ৰং ।       
১৭২) আনন্দন (Anandana) - হৰ্ষজনক । 
১৭৩) আনন্দৰাম  (Ananda ram) - ইশ্বৰ ।   
১৭৪) আনন্দি (Anandi) - যিয়ে আনন্দ প্ৰদান কৰে ।
১৭৫) আনূক (Anuk) - অলংকাৰ ।      
১৭৬) আনৰ্গ (Anarg) - একেৰাহে ।   
১৭৭) আন্ত (Anta) - এখেত । 
১৭৮) আবেগ্ (Abeg) - 'আৱেগ্' চাওক ।  
১৭৯) আভাস্ (Abhakh) - অনুৰূপ ।  
১৮০) আমিত্ব(Amitba) - মই বৰ ভাৱ ।  
১৮১) আমিৰ (Amir) - সম্ৰাট লোক ।  
১৮২) আয়স্ (Ayakh) - পুতৌ কৰা বা সমবেদনা বুজোৱা মাত। 
১৮৩) আয়ুস্ (Ayush)  - আয়ু । 
১৮৪) আৰচ্ (Arash) - সিংহাসন                         
১৮৫) আৰজ্ (Araj) - নিৱেদন । 
১৮৬) আৰাণ (Aran) - আদিসকলৰ এবিধ পূজা । 
১৮৭) আৰিন্দা (Aranda) - ৰাজহ সংগ্ৰাহক । 
১৮৮) আৰুণ্য (Arunya)  - ৰক্তিমা ।  
১৮৯) আৰোণ (Arun) - হিব্ৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰথমগৰাকী পুৰোহীত বা গুৰু।  
১৯০) আৰ্চী (Arci) - দাপোণ । 
১৯১) আৰ্যজ্যোতি (Aryajyoti)- শ্ৰেষ্ঠজনৰ প্ৰভা ।  
১৯২) আলগ্ (Alag) - পৃথক ।   
১৯৩) অলিন্দ (Alinda) - ঢোলোক । 
১৯৪) আলিম (Alim)- জ্ঞানী ।    
১৯৫) আলোক্ (Aluk) - দ্বীপ্তি ।   
১৯৬) আৱেগ (Abeg) - মনৰ ব্যাকুলতা । 
১৯৭) আৱেশ (Abesh) - ভূত বিদ্যা ।   
১৯৮) আশিকা (Akhika) - ভৰসা । 
১৯৯) আশিস (Ashis) - আৰ্শীবাদ । 
২০০) আশ্চৰ্য্য (Asharjya)- আচৰিত ।     
২০১) আশ্ৰব (Ashrab) - নিজৰা , নদী ।   
২০২) আশ্ৰুত (Asfrut) - স্বীকৃত । 
২০৩) আসক্ত (Asakta) - বৰকৈ মন লগোৱা । 
২০৪) আসন্ন (Asanna)- ওচৰ চপা ।          
২০৫) আস্তিক্ (Astik)  - ইশ্বৰ মনা । 
২০৬) আহান (Ahan) - কাম ।
২০৭) আহিক (Ahik) - মাণিনি মুনি ।


নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা