মূল্যায়ণত নতুন ধাৰা (New Trends in Evaluation) Chapter 8 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer মূল্যায়ণত নতুন ধাৰা (New Trends in Evaluation) পাঠটোৰ প্ৰশ্ন-উত্তৰ 



মূল্যায়ণত নতুন ধাৰা 
(New Trends in Evaluation) 


প্রশ্নাৱলী (Questions)

1. মানদণ্ড প্রাসংগিক অভীক্ষা কাক বোলে ?
 What is norm referenced test?
উত্তৰঃ

2. নির্ণায়ক প্ৰাসংগিক অভীক্ষাৰ সংজ্ঞা দিয়া । 
 Define criterion referenced test?
উত্তৰঃ

3. অভীক্ষাৰ ফলাফল লিপিৱদ্ধ কৰণ মানে কি ? 
What is reporting test results?
উত্তৰঃ

4. অভীক্ষাৰ ফলাফল লিপিৱৰ্দ্ধকৰণৰ এবিধ সঁজুলিৰ নাম লিখা ৷ 
Write name of one tool for reporting test results.
উত্তৰঃ

5. কিউমুলেটিভ ৰেকৰ্ড কার্ড কি ?
What is cumulative record card? 
উত্তৰঃ

6. গ্রেডিংৰ ব্যুৎপত্তিগত অর্থ লিখা। 
Write the etymological meaning of the term 'Grading'.
উত্তৰঃ

7. গড় গ্রেডমান কি?
What is grade point average? 
উত্তৰঃ

8. GPA ৰ সম্পূৰ্ণ গঢ়টো লিখা। 
Wrtie the full form of GPA.
উত্তৰঃ

9. অবিৰত মূল্যায়ন কি? 
What is continuous evaluation?
উত্তৰঃ

10. বিকাশশীল মূল্যায়ন কি ? 
What is formative evaluation?
উত্তৰঃ

11.  সামৰণি মূল্যায়ন কি? 
What is summative evaluation?
উত্তৰঃ

12. মানদণ্ড প্রাসংগিক অভীক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা ।
Write five characteristics of norm-referenced test.
উত্তৰঃ

13. মানদণ্ড প্ৰাসংগিক অভীক্ষাৰ সুবিধা-অসুবিধাবোৰ আলোচনা কৰা। 
Discuss about the merits and demerits of norm-referenced test.
উত্তৰঃ

14. নির্ণায়ক প্ৰাসংগিক অভীক্ষাৰ তিনিটা বৈশিষ্ট্য লিখা । 
Write three characteristics of criterion referenced test.
উত্তৰঃ

15. নির্ণায়ক প্ৰাসংগিক অভীক্ষা তিনিটা সুবিধা আৰু অসুবিধাবোৰ কি কি ? 
What are the merits and demerits of criterion referenced test?
উত্তৰঃ

16. মানদণ্ড প্ৰাসংগিক আৰু নিৰ্ণায়ক প্ৰাসংগিক অভীক্ষাৰ মাজত এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা । 
Giva a comparative analysis between norm-referenced and criterion referenced test. 
উত্তৰঃ

17. কিউমুলেটিভ ৰেকৰ্ড কাৰ্ডৰ সূচী বৰ্ণনা কৰা ।
Describe the contents of cumulative record card. 
উত্তৰঃ

18. কিউমুলেটিভ ৰেকৰ্ড কাৰ্ডৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি ?
What are the main characteristics of cumulative record card? 
উত্তৰঃ

19. কিউমুলেটিভ ৰেকৰ্ড কাৰ্ডৰ সুবিধা আৰু অসুবিধাবোৰ বৰ্ণনা কৰা ।
Explain the merits and demerits of cumulative record card. 
উত্তৰঃ

20. পৰম্পৰাগত নম্বৰ ব্যৱস্থাৰ আসোঁৱাহবোৰ কি কি? 
What are the defeacts of traditional marking system?
উত্তৰঃ

21. গ্রেডিংৰ বিভিন্ন ভিত্তিবোৰ কি কি? আলোচনা কৰা । 
What are the different bases of grading? Discuss.
উত্তৰঃ

22. অবিৰত মূল্যায়নৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।
    Discuss about the merits and demerits of continuous evaluation. 
উত্তৰঃ

23.  বিকাশশীল মূল্যায়নৰ বৈশিষ্ট্যবোৰ কি কি?
What are the characteristics of formative evaluation?
উত্তৰঃ

 24. বিকাশশীল মূল্যায়নৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?
What are the merits and demerits of formative evaluation? 
উত্তৰঃ

25. সামৰণি মূল্যায়নৰ বৈশিষ্ট্যবোৰ কি কি ?
What are the characteristics of summative evaluation? 
উত্তৰঃ

26. সামৰণি মূল্যায়নৰ সুবিধা আৰু অসুবিধাবোৰ বৰ্ণনা কৰা । 
Describe the merits and demerits of summative evaluation.
উত্তৰঃ

27. বিকাশশীল মূল্যায়ন আৰু সামৰণি মূল্যায়নৰ মাজৰ পাৰ্থক্য আলোচনা কৰা । Discuss the differences between formative and summative evaluation.
উত্তৰঃ

28. চমুকৈ লিখা

Write briefly 

(ক) নির্ণায়ক প্ৰাসংগিক অভীক্ষা
Criterion-referenced test.
উত্তৰঃ

(খ) মানদণ্ড প্রাসংগিক অভীক্ষা 
Norm-referenced test
উত্তৰঃ

(গ) গ্রেডিং
Grading
উত্তৰঃ

(ঘ) সম্বন্ধসূচক গ্রেডিং
Relative Grading
উত্তৰঃ

(চ) পৰম গ্রেডিং
Absolute Grading
উত্তৰঃ

(ছ) অবিৰত মূল্যায়ন  
Continuous evaluation
উত্তৰঃ

(জ) বিকাশশীল আৰু সামৰণি মূল্যায়ন
Formative and Summative evaluation.
উত্তৰঃ


Question Type: Himashree Bora.