ঋ 


    নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 




২৭৫) ঋকাৰান্ত (Rkaraanta) - ঋ বৰ্ণৰে শেষ হোৱা শব্দ ।   
২৭৬) ঋজুকায় (Rjukay)- কাশ্য়প মুনি ।   
২৭৭) ঋজুগ (Rjug) - ধুৰ শৰ ।  
২৭৮) ঋজুক্ৰতু (Rjukratu)- ইন্দ্ৰৰ এটা নাম ।
২৭৯) ঋজুল (Rijul) - সৰল ।     
২৮০) ঋত  (Rit)  - ধ্ৰৱ-সত্য় । 
২৮১) ঋতধাম (Ritdham) - বিষ্ণু ।  
২৮২) ঋতষ্কৰ (Rtaskar) - মুক্তিদাতা । 
২৮৩) ঋতি (Riti) - কল্য়ান  ।    
২৮৪) ঋতু (Ritu) - গুণ অনুসৰি কৰা কালৰ ভাগ ।       
২৮৫) ঋতুৰাজ (Ritu Raj) - বসন্তকাল ।    
২৮৬) ঋদ্ধি (Riddhi)- সম্পত্তি ।      
২৮৭) ঋভু (Rivu)- দেৱতা ।                                         
২৮৮) ঋষভ (Rishav) - শ্ৰেষ্ঠ প্ৰধান ।  
২৮৯) ঋষি (Risi) - মুনি ।    
২৯০) ঋষিক (Risik) - ঋষিপুত্ৰ ।