শুনা শুনা। জুবিনৰ অসমীয়া গান শুনা শুনা । শুনা শুনা জুবিনৰ গান । Shuna Shuna Zuben Garg Assamse Song  

শুনা শুনা 


শুনা শুনা কাণে কাণে আজি সেই কথা 

কোৱা কোৱা মনে মনে আজি সেই কথা 

বহু দিনৰে সৱটি থকা 

নোকোৱা বহু বেথা 

এন্ধাৰ ৰাতিৰ জোনাকী তুমি 

মোৰ জীৱন ছৱি 

মনৰ হেঁপাহো তুমি বহু ৰহন আহি

নীৰৱে মোৰ কাষত আছা 

শুনা শুনা.............


বুজিও নুবুজা কিয় নয়নৰ প্ৰকাশ 

জানিও নাজানা কিয় মনৰ অভিলাষ 

অভিমানী কিয় তুমি বুকু জ্বলোৱা 

আকাশে মোৰ পোহৰাব তোমাৰ পৃথিৱীক ।।

শুনা শুনা ........


আছিলা যেতিয়া দূৰত মেঘৰ সিপাৰত 

জানিলা গোপনে আহি এজাকত সপোনত