The Snake and The Mirror

Lesson:5

1.

snake (স্নেক): সাপ, সর্প 

coiled (কইল্ড): মেৰিয়াই ধৰা, পকোৱা 

part (পার্ট): অংশ 

full  blooded (ফুল - ব্লাডেড): তজবজীয়া , সতেজ , পূর্ণবয়স্ক

cobra (কব্ৰা): ফেটী সাপ

silent (চাইলেন্ট): নীৰৱ

came (কেম): আহিছিল

homeopath (হমিওপাথ): হমিওপাথ্ 

topic (টপিক): বিষয় 

discussing (ডিচকাচিং): আলােচনা কৰা listened (লিচেন্ড): শুনিছিল

attentively (এটেনটিভলি): মনযােগেৰে 

tale (টেল): সাধু, কাহিনী

summer (চামাৰ): গ্রীষ্ম, গৰম

meal (মিল): খাদ্য 

restaurant (ৰেষ্টোৰা): ভােজনালয়

returned (ৰিটার্নড): উভতিছিল

heard (হার্ড): শুনিছিল

noise (নইজ): শব্দ , চিঞৰ

opened (অপেণ্ড): খুলিছিল

door (ড’ৰ): দুৱাৰ

familiar (ফেমিলিয়াৰ): পৰিচিত , চিনাকি

rats (ৰেটচ্): নিগনিবােৰ

shared (চেয়ার্ড): ভাগ কৰা

lighted (লাইটেড): জ্বলাইছিল

kerosene lamp (কেৰচিন লেম্প): কেৰাচিন লেম্প ।

2.

electrified (ইলেকট্রিফাইড): বৈদ্যুতিকৰণ কৰা, বিজুলী সংযােগ কৰা

rented (ৰেন্টেড): ভাৰা

medical (মেডিকেল): চিকিৎসা

practice (প্রেকটিচ্): অনুশীলন

earnings (আর্নিংচ): উপার্জন

meagre (মিগাৰ): সামান্য

suitcase(চুইটকেচ): বাকচ

dhotis(ধুতিজ): ধুতি

possessed (পজেজড): লাভ কৰা, পােৱা solitary (চলিটাৰী): একমাত্র 


3.

 black Coat ( ব্রেক ক'ট ) কলা কোট, চোলা 

wearing (ওৱেৰিং): পিন্ধা

took off ( টুক অফ): খুলিছিল

vest (ভেস্ট): গেঞ্জী

Hung (হাং): ওলমাই থােৱা

window's (উইনডােজ): খিড়িকী

facing (ফেচিং): মুখ কৰি

open yard (ওপেন য়ার্ড): মুকলি বােতাল

roof (ৰূফ): ঘৰৰ চাল, চিলিং

gables (গেবলচ): ঘৰৰ চালৰ তিনিকোণীয়া  অংশ

rested (ৰেষ্টেড): ৰােৱা

beam (বিম): বিম্

wall (ওৱাল): বেৰ

ceiling (চিলিং): চিলিং

regular (ৰেগুলাৰ): নিয়মিত

traffice (ট্রেফিক): যাতায়ত

pulled (পুলড): টানিছিল

close (ক্লজ): ওচৰ

lay down (লে ডাউন): পৰি থকা 

sleep (শ্লিপ): শুৱা , টোপনি যােৱা

veranda (ভেৰান্দা): বাৰান্দা

little air (লিটল এয়াৰ): সামান্য বতাহ

wind god (উইণ্ড গড়): পবন দেৱতা

time off (টাইম অফ): ছুটি লােৱা, বিৰতি লাে ৷

4.

went back (ওৱেন্ট বেক): উভতি গৈছিল

sat (চেত): বহিছিল

beneath (বিনিথ): তলত

lamp (লেম্প): চাকি , লেম্প 

large (লার্জ): ডাঙৰ

mirror (মিৰৰ): আইনা , দর্পণ

comb (কম্ব): ফণি 

lay (লে): পৰি থকা

beside (বিচাইড): কাষত

feels (ফিলচ্): অনুভৱ কৰা

tempted (টেম্পড): উত্তেজিত কৰা , প্রলােভিত কৰা

look (লুক): চোৱা

admirer (এডমিৰাৰ): প্রশংসক

beauty (বিউটি): সৌন্দর্য

believed (বিলিভড): বিশ্বাস কৰিছিল 

handsome (হেন্দচাম): সুন্দৰ

unmarried (আনমেৰিড): অবিবাহিত

felt (ফেল্ট): অনুভৱ কৰিছিল

presence (প্রেজেন্স): উপস্থিতি

picked up (পিকড আপ): উঠাই লােৱা , তুলি লােৱা ; 

adjusted (এডজাস্টেড): ঠিক ঠাক কৰা 

parting (পার্টিং): ভাগ কৰা

straight (ষ্ট্রেইট): চিধা , সৰল

neat (নিট): পৰিষ্কাৰ

5.

important (ইম্পটেন্ট): দৰকাৰী

decision (ডিচিশ্বন): সিদ্ধান্ত

shave (শ্বেভ): দাড়ি খুড়ােৱা

moustache (মষ্টাক): মোঁচ

bachelor (বেচেলৰ): অবিবাহিত

smiled (স্মাইল্ড): হাঁহিছিল

attractive (এট্রাকটিভ) আকর্ষণীয় , আকর্ষক 

earth- shaking ( আর্থ -শেকিং): বিশ্ব কপােৱা , গুৰুত্বপূৰ্ণ

after all (আষ্টাৰ অল) মুঠৰ ওপৰত 

noise (নইজ): শব্দ ।

6.

Lit (লিট): জ্বলাইছিল 

beedi (বেডি): বিড়ি

paced (পেচেড): ইফাল-সিফাল কৰা 

lovely  (লাভলি): সুন্দৰ

thought (থট): চিন্তা

struck (ষ্ট্ৰাক): খুন্দা মৰা

marry( মেৰি): বিয়া কৰােৱা

plenty ( প্লেন্টি ): বহুত , অজস্র 

fat (ফেট): শকত 

valid (ভেলিড): বৈধ 

silly (চিলি): সাধাৰণ , সামান্য 

mistake (মিচটেক): ভূল , দোষ

needed (নিডেড): প্রয়ােজন হােৱা

able (এবল): সমৰ্থ হােৱা

catch (কেটচ): ধৰা

resumed (ৰিজুমড্): পুনৰ আৰম্ভ কৰা

in front of (ইন ফ্রণ্ট অৱ): সমুখত

dull(ডাল): নিৰস

thuad (থাদ): প্রচণ্ড শব্দ

tube(টিউব): নল

fallen ( ফলেন ): পৰিছিল

ground (গ্রাউণ্ড): মাটি , ভূমি 

surely (চিলি): নিশ্চিত ভাবে

Worry (ওৰি): চিন্তা কৰা

turn (টার্ন): ঘূৰা

wriggled (ৰিগেল্ড): একা - বেঁকা হৈ থাকা 

shoulder (চণ্ডাৰ) কান্ধ , বাহু 

simultaneous ( চাইমলটেনিয়াচ): একে সময়তে 

7.

jump( জাম্প) জপিওৱা

tremble (ট্ৰেম্বল): কঁপা

cry out ( ক্রাই আউট ): চিঞৰা

Slithered(স্লিথাৰ্ড): লাহে লাহে গতি কৰা

coiled (কইন্ড): মেৰিয়াই ধৰা

elbove (এলবো): কিলাকূটি

Hood (হুড): ফোনা

spread (স্প্ৰেড):সম্প্রসাৰিত কৰা 

hardly (হাৰ্ডলি): মাত্র

Merely (মিয়াৰলি): একমাত্র , কেৱল

 breath(ব্রেথ): শ্বাস- প্রশ্বাস 

Stone(ষ্টন): শিল

active (একটিভ): সক্রিয়

darkness (ডার্কনেচ): অন্ধকাৰ

surrounded (চাউণ্ডেড): আগুৰি থকা

image (ইমেজ): মূর্তি , প্রতিবিম্ব

8.

Presence  (প্রেজেস): উপস্থিতি

Creator (ক্রিয়েটৰ): সৃষ্টিকর্তা

universe (ইউনিভার্চ): ব্রহ্মাণ্ড

imagination (ইমাজিনেশ্বন): কল্পনা

bright (ব্রাইট): উজ্জ্বল

pain (পেইন ): বেদন

Leaden rod(লিডেন বড): সীহৰ ৰড, লাে

Molten ( মল্টেন): গলিত 

fire (ফায়াৰ): জুই

slowly (শ্লোলি): ধীৰে ধীৰে

powerfully (পাৱাৰফুলি): শক্তিশালীভাৱে , প্রবলভারে

crushing (ক্রাচিং): ভঙা , নষ্ট কৰা

drained (ড্রেইনড): প্রবাহিত হােৱা

strength (ষ্ট্রেংথ): শক্তি ।

9.

Slightest (শ্লাইটেষ্ট): সামান্য, কিঞ্চিৎ 

movement (ম'ভমেন্ট): চলাচ,লৰচৰ

strike (ষ্ট্ৰাইক): আঘাত কৰা , কামােৰা

Death (ডেথ): মৃত্যু

lurked (লার্কড): অপেক্ষা কৰা

medicine (মেডিচিন): ঔষধ , দৰব

foolish (ফুলি): মুখ

stupid (ষ্টুপিড): বুর্বক

forgot (ফৰগট): পাহৰি যােৱা

danger (ডেঞ্জাৰ): বিপদ

feebly ( ফিৱলি): লাহেকৈ

appreciated ( এপ্রিচিয়েটেড): কৃতজ্ঞ বােধ কৰা

reflection (ৰিফ্লেকশ্বন) : প্রতিবিম্ব

claim (ক্লেইম): দাবী কৰা

admiring (এডমাৰিং): প্রশংসা কৰা, শ্ৰদ্ধাৰ চকুৰে চোৱা 

decision ( ডিচিশ্বন): সিদ্ধান্ত 

moustache (মষ্টাক): মোঁচ

shadow (চেডাে ): ছায়া

vermilion (ভার্মিলন): সেন্দুৰ ; 

forehead ( ফ’ৰহেড): কপাল ।

10.

certain (চার্টেন): নিশ্চিত

sex (চেক্স): লিংগ

Unwound ( আনওণ্ড): অক্ষত

lap ( লেপ): কোলা , ভৰিৰ ওপৰ অংশ

crept (ক্রেপ্ট): বগাইছিল

towards (টুৱাৰ্ডচ্): পিনে , ফালে

perhaps (পাৰহেপচ): সম্ভৱত

enjoy (এনজয়): উপভােগ কৰা

reflection (ৰিফ্লেকশ্বন): প্রতিবিম্ব , প্রতিচ্ছবি 

cut (কার্ট): খােদিত কৰা

granite (গ্রেনাইট): গ্রেনাইট শিল

flesh and blood (ফ্লেচ এণ্ড ব্লাড): তেজ মঙহ

holding (হল্ডিং): ধৰি

quietly (কুইটলি): নীৰৱে

Yard ( য়ার্ড ): চোতাল

Worta ( ওর্থ ): শক্তি

sign of relief ( চাইন অব ৰিলিফ ): স্বস্তিৰ নিঃশ্বাস ।

11.

willed ( উইল্ড ): ইচ্ছা কৰিছিল

otherwise ( আদাৰওৱাইজ) :অন্য ধৰণে

life ( লাইফ ): জীৱন 

companion (কম্পেনিয়ন ): সংগী 

thin ( থিন ): ক্ষীণ , পাতল

ready ( ৰিডি ): নলীৰ দৰে

gifi (গিফট): উপহাৰ

sprinter (স্প্ৰিণ্টাৰ ): দৌৰবিদ

follow ( ফল'): অনুসৰণ কৰা

replied (ৰিপ্লাইড): উত্তৰ দিছিল 

reached ( ৰিচড ): গৈ পােৱা 

inumediately ( ইমিডিয়েটলি ): তৎক্ষণাত , ততালিকে

Smeared (স্মিয়ার্ড): ঘঁহা , সানি লােৱা

bath (বাথ): গা ধােৱা 

fresh (ফ্রেচ): সতেজ 

carry (কেৰি): কঢ়িওৱা

 thief ( থিফ ): চুৰ

removed  (ৰিম’ভ ): আঁতৰােৱা , লৈ যােৱা

cleaned (ক্লিনড): পৰিষ্কাৰ হৈছিল

really ( ৰিয়েলি): প্ৰকৃততে , সঁচাকৈয়ে 

left (লেক্ট ): এৰিছিল

final insult ( ফাইনেল ইনচাল্ট): অন্তিম অপমান 

12.

asked ( আস্কড ): সুধিছিল 

vest ( ভেষ্ট): গেঞ্জী

dirty (ডার্টি): লেতেৰা 

fellow (ফেল): লােক

sense (চেন্স) বুদ্ধি , বিচাৰশক্তি

cleanliness (ক্লিনলিনেচ): পৰিষ্কাৰ পৰিচ্ছন্নতা 

rascal ( ৰাচকেল ): ধূর্ত 

washing ( ওৱাচিং ): ধােৱা 

soap ( চপ ): চাবােন

 laughed ( লাফড ): হাঁহিছিল

taken with ( টেকেন ইউথ ): মােহিত বা আকর্ষিত হােরা

 Own ( ওন ): নিজা , নিজৰ

 beauty ( বিউটি): সুদতা , সৌন্দর্য ।

Apurba Kakati (Assam)