7.5.2 একনলদেহী প্ৰাণী [ Coelenterata (Cnidaria)]

একনলদেহী প্ৰাণীসমূহ পানীত বাস কৰে। ইহঁতৰ দেহত গঠন অতি জটিল। দেহত ওটা মাত্ৰ গহ্বৰ থাকে। দেহ কোষৰ দুটা তৰপেৰে গঠিত। এটা তৰপে দেহৰ বাহিৰৰ আৰু আনটো তৰপে দেহৰ আভ্য়ন্তৰিন আৱৰণ গঠন কৰে। কিছুমান প্ৰজাতিৰ প্ৰাণীয়ে সংঘবদ্ধ হৈ বাস কৰে। উদাহৰণ প্ৰবাল সমূহ। ইহঁতৰ কিছুমানে আকৌ অকলশৰীয়াকৈ বাস কৰে। উদাহৰণ হাইড্ৰা, জেলিমাছ, সামুদ্ৰিক এনিম'ন।




Class 9 General Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria