Lesson:7

 Why was Tom sick on Monday

Comprehension

1.Answer the following questions. 

(তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া) 


a )Why did Tom find Monday morning miserable ? 

(টমে সোমবাৰৰ পুৱা কিয় বেয়া পায়?)

Ans: Tom found Monday morning miserable because it began another week's suffering at school.

(টমে সোমবাৰৰ পুৱা বেয়া পায় কাৰণ ই বিদ্যালয়ৰ পুনৰ এটা নতুন সপ্তাহৰ কষ্টৰ আৰম্ভণি কৰে)  


b) Why was Tom envy of every boy at school? 

(টমক বিদ্যালয়ৰ সকলোৱে কিয় হিংসা কৰিছিল)

 Ans: Tom was envy of every boy at school because the gap in his upper row of teeth enabled him to spit in a new and admirable way.

(টমক বিদ্যালয়ৰ সকলোৱে হিংসা কৰিছিল কাৰণ তাৰ দাঁতৰ ওপৰ পাৰিৰ ফাঁকেৰে সি এক নতুন আৰু দেখনীয়াৰ ধৰণে থু পেলাব পাৰিছিল)


c) Why did Tom decide not to use the trick regarding the loose tooth at first ?

(টমে কিয় তাৰ দাঁতৰ বুদ্ধিটো প্ৰথমে ব্যৱহাৰ নকৰাৰ কথা ভাবিছিল?)

Ans: Tom decided not to use the trick regarding the loose tooth at first because he thought that his aunt would probably pull it out and that would hurt him.

(টমে তাৰ দাঁতৰবুদ্ধিটোপ্ৰথমেব্যৱহাৰনকৰাৰকথাভাবিছিল কাৰণ সি ভাবিছিল যি তাৰ খুৰীয়েকে হয়টো দাঁতটো সৰাই দিব পাৰে আৰু ই তাৰ বাবে কষ্টকৰ হ’ব)


d )What did Sid tell Aunt Polly about Tom ? 

(ছিদে আন্ট পলীক টমৰ বিষয়ে কি কৈছিল?)

Ans: Sid told Aunt Polly that Tom was dying.

((ছিদে আন্ট পলীক কৈছিল যে টম মৃতপ্ৰায় অৱস্থাত আছে)


e) What was Aunt's reaction to Tom's 'mortified' toe? 

(টমৰ অপমানিত ভৰিৰ আঙুলিটোৰ কথা শুনি খুৰীয়েকে কেনে প্ৰতিক্ৰিয়া কৰিছিল?)

 Ans: Tom's aunt sank down into a chair and laughed a little, then cried a little, then did both together. Then she asked Tom to stop those nonsense things and tell her the actual matter.

(টমৰ অপমানিত ভৰিৰ আঙুলিটোৰ কথা শুনি খুৰীয়েক চকীত বহি পৰিছিল আৰু সামান্য হাঁহিছিল,তাৰ পাছত অলপ কান্দিছিল আৰু তাৰ পাছত দুয়োটা একেলগে কৰিছিল৷তাৰ পাছত তেওঁ টমক এই অৰ্থহীন কথাবোৰ বন্ধ কৰিবলৈ কৈছিল আৰু আচল কথা কি সুধিছিল)


g)What was Tom's compensation for losing the tooth?

(টমৰ দাঁতটো হেৰুৱাৰ ক্কি ক্ষতিপুৰণ আছিল?)

Ans: Tom's compensation for losing the tooth was that as he  walked to school after breakfast, he was the envy of every boy he met because the gap in his upper row of teeth enabled him to spit in a new and admirable way.

(টমে দাঁতটো হেৰুৱাৰ ক্ষতিপুৰণ আছিল যে পুৱা যেতিয়া সি বিদ্যালয়লৈ গৈছিল সি সকলোৰে হিংসাৰ পাত্ৰ হৈ পৰিছিল কাৰণ ৰদাঁতৰওপৰপাৰিৰফাঁকেৰেসিএকনতুনআৰুদেখনীয়াৰধৰণেথুপেলাবপাৰিছিল)


h) What did Aunt do to Tom's tooth?

(খুৰীয়েকে টমৰ দাঁটোৰ সৈতে কি কৰিছিল?)

Ans: Aunt asked Mary to get her a silk thread, and a chunk of fire from the kitchen.The old lady tied one end of the silk thread firmly to Tom's tooth, and tied the other end to the bed-post. Then she seized the chunk of fire and suddenly thrust it almost into the boy's face. A moment later the tooth was dangling by the bed-post.

(খুৰীয়েকে মেৰীকোপাকঘৰৰ পৰা এডাল সূতা আৰু একুৰা জুই আনিবলৈ ক’লে৷বুঢ়ী মানুহগৰাকীয়ে সূতাডালৰ এটা মূৰ টমৰ দাঁতটোত আৰু আনটো বিচনাৰ খুটা এটাত বান্ধি দিলে৷তাক পাছত তেওঁ জুইকুৰা ল’লে আৰু হঠাৎ টমৰ মূখৰ ওচৰলৈ লৈ গ’ল৷এক মুহূৰ্তক পাছত দাঁতটো বিচনাৰ খুটাত ওলমি আছিল৷)


j)Narrate how Tom tried to stay away from school on Monday morning.

(টমে কেনেদৰে স্কুল যোৱাৰ পৰা হাত সাৰিব বিচাৰিছিল বৰ্ণনা কৰা)

Ans: Tom didn't like to go to school on Mondays because it began another week's suffering at school. He therefore tried to think of any excuses which can help him to stay at home. He first thought of his loose tooth but then he thought that his aunt would pull it of. So he drew his sore toe from the sheets and started acting. He initially groaned in a loud tone to wake his brother up. But Sid ,his brother did not listen. After many attempts he finally wakes up his brother and acted as if he is going to die. Terrified by Tom's acts, Sid rushed to the downstairs and called their aunt Polly. When she arrived Tom told her that his sore toe has been mortified. Hearing this, aunt Polly was overwhelmed and caught his trick. She asked Tom to talk about the actual matter. Tom felt a little ashamed for his acts and mentioned his tooth ache to his aunt so that his aunt grants him to stay at home that day.

(টমে সোমবাৰৰ দিনা স্কুল যাব খোজা নাছিল কাৰণ ই আকৌ এটা নতুন সপ্তাহৰ যাতনা দিয়ে৷সি সেইবাবে সি এনে এটা উপায়ৰ কথা চিন্তা কৰিলে যি তাক ঘৰত থকাৰ সুবিধা দিব পাৰে৷সি প্ৰথমে তাৰ লৰি থকা দাঁতটোৰ কথা ভাবিছিল যদিও পাছত ভাবিলে যে তাৰখুৰীয়েকেহয়টোদাঁতটোসৰাইদিবপাৰেআৰুইতাৰবাবেকষ্টকৰহ’ব৷গতিকে সি কাপোৰৰ মাজৰ পৰা তাৰ দুখ পাই থকা ভৰিৰ আঙুলিটো উলিয়ালে আৰু তাক লৈ অভিনয় কৰা আৰম্ভ কৰিলে সি তাৰ ককায়েকক জগাবলৈ প্ৰথমে ডাঙৰ ডাঙৰকৈ কেঁকাবলৈ ধৰিলে৷কিন্ত ছিদে প্ৰথমে শুনা নাছিল৷কেবাবাৰো চেষ্টা কৰাৰ পাছত সি অৱশেষত সাৰ পালে আৰু টমে মৃতপ্ৰায় হোৱাৰ অভিনয় কৰিলে৷টমৰ অৱস্থা দেখি ভয় খাই ছিদে তৎক্ষণাত নামি গ’ল আৰু খুৰীয়েক পলীক তাৰ কথা ক’লে৷যেতিয়া খুৰীয়েক আহিল সি তেওঁক ক’লে যে তাৰ আঙুলিটো ভীষণ অপমানিত হৈ আছে৷এই কথা শুনি তেওঁ অতি আচৰিত হ’ল যদিও তেওঁ টমৰ বুদ্ধিটো বুজি পালে৷তেওঁ টমক আচল কথাটো ক’বলৈ ক’লে৷টমে এই কথাত অলপ লাজ পালে আৰু সি তাৰ লৰি থকা দাঁতটোৰ কথা ক’লে যাতে তেওঁ তাক ঘৰতে থকাৰ অনুমতি দিয়ে)


2.Write true or false.

(সত্য/অসত্য লিখা)


a) Tom disliked Monday mornings. 

(টমে সোমবাৰৰ পুৱা বয়া পাইছিল)

 Ans: True


b) Sid woke up at once hearing Tom's groans. 

(ছিদে টমৰ কেকনি শুনি একেবাৰতে সাৰ পাইছিল)

 Ans: False


c Tom was suffering a lot. 

(টমে খুব কষ্ট পাই আছিল)

 Ans: False


d) Sid became anxious at Tom's condition. 

(ছিদে টমৰ অৱস্থাটো দেখি উদ্বিগ্ন হৈ পৰিছিল)

 Ans: true


e) Aunt Polly caught Tom's trick

(আন্ট পলীয়ে টমৰ বুদ্ধি ধৰিব পাৰিছিল)  

Ans: True


f)Tom was successful in avoiding school.

(টমে স্কুল যোৱাৰ পৰা ৰেহাই পোৱাত সফল হৈছিল)

Ans: False.


3.Fill in the blanks to complete the sentences.

(খালী ঠাইবোৰ পূৰণ কৰা)


 a) .The lucky' thing that Tom discovered was one of his front teeth was loose.

(টমে আৱিষ্কাৰ কৰা ভাগ্যৱান বস্তুটো আছিল তাৰ সন্মুখৰ দাঁত এটা অলপ লৰি আছিল


 b). The dental instruments Aunt Polly got together were a silk thread and a chunk of fire.

(দাঁত সৰোৱাৰ সঁজুলি হিচাপে আন্ট পলীয়ে এডাল সূতা আৰু একুৰা জুই আনিবলৈ কৈছিল)


c)Sid was anxious because Tom did not response.

(টমে কোনো উত্তৰ নিদিয়া বাবে ছিদ উদ্বিগ্ন হৈ পৰিছিল)


d) Tom was envy of every boy he met because the gap in his upper row of teeth enabled him to spit in a new and admirable way.

(টমক সকলোৱেহিংসাকৰিছিলকাৰণতাৰদাঁতৰওপৰপাৰিৰফাঁকেৰেসিএকনতুনআৰুদেখনীয়াৰধৰণেথুপেলাবপাৰিছিল)


Grammar and usage 

 4. Complete the following sentences using the appropriate correlatives from the box given below.

(উপযুক্ত শব্দৰে খালী ঠাই পুৰ কৰা)


a) Though the picture was costly yet we bought it.

(যদিও ছবিখন দামী আছিল তথাপি আমি কিনিলো)


 b) Nosooner had he seen me than he fled

(সি মোক দেখা পোৱাৰ লগে লগে পলাই গ’ল)


c) I like both painting and music. 

(মই ছবি আৰু সংগীত দুয়োটা ভাল পাঁও)


d) He worked so hard that he fell ill. 

(সি ইমানেই কষ্ট কৰিল যে সি অসুস্থ হৈ পৰিছিল)


e) Whether he supports us or not is not at all important.

(সি আমাক সমৰ্থন কৰে নে নকৰে সেয়া অলপো গুৰুত্বপূৰ্ণ নহয়)


5.Correct the following sentences. 

(তলৰ বাক্যবোৰ শুদ্ধ কৰা)


 a) Mr Smith is an European

 Ans: Mr Smith is a European.

(মি৷ স্মিথোএজন ইউৰোপীয়)


b) He came today morning.  

Ans: He came in the morning.

(তেওঁ ৰাতিপুৱা আহিল)


c) One should do his duty. 

 Ans: One must do his duty.

(প্ৰত্যেকেই নিজৰ কৰ্তব্যৰ পালন কৰা উচিত)


d )Please hear his advice.  

Ans: Please listen to his advice 

(অনুগ্ৰহ কৰি তেওঁৰ উপদেশ শুনা)


e ) Stop to write.

Ans: Stop writing.

(লিখা বন্ধ কৰা)


6.Find out the clauses from the following sentences and write them separately. 

(তলৰ বাক্যবোৰ বিচাৰি উলিয়াই বাক্যবোৰ বেলেগকৈ লিখা)


 a) Rupam was singing and his sister was dancing.   

Ans: Rupam was singing.

His sister was dancing.


b)He is poor but happy.   

Ans: He is poor.

He is happy.


c) I know where he lives. 

 Ans: I know.

d) This is the book that I bought yesterday. 

Ans: This is a book.

I bought it yesterday.


e) This is the shirt which I like.

Ans: This is a shirt.

I like this shirt.

Vocabulary


7.Rewrite the following sentences replacing the underlined phrases with the correct words from the box below.

(তলৰ বাক্যাংশবোৰৰ ঠাইত উপযুক্ত শব্দ ব্যৱহাৰ কৰি পুনৰাই লিখা)


a)Mark Twain's ability to form mental images or pictures helped him to narrate lively stories. 

Ans: Mark Twain's imagination helped him to narrate lively stories.

(মাৰ্ক টোৱাইনৰ চিন্তাশক্তিৰ জৰিয়তে তেওঁ সজীৱ কাহিনীবোৰ লিখিছিল)


b) Her love for her school was not artificial.  Ans: Her love for her school was genuine.

(তাই নিজৰ বিদ্যালয়ৰ প্ৰতি থকা প্ৰকৃতাৰ্থত ভালপোৱা আছে)


c) Ruma was worriedly waiting for her friend's reply.

Ans: Ruma was anxiety waiting for her friend's reply 

(ৰুমাই উদ্বিগ্নতাৰে তাইৰ বন্ধুৰ উত্তৰলৈ বাট চাই আছিল)


d )Aunt Polly forcibly caught Tom by his wrist.   

Ans: Aunt Polly seized Tom by his waist.

(আন্ট পলীয়ে টমৰ হাতত থাপ মাৰি ধৰিলে)


e) Tom held up his toe for being inspected.

Ans: Tom help up his toe to suspect.

(টমে তাৰ ভৰিৰ আঙুলিতো পৰীক্ষা কৰিবলৈ ল’লে)


8.Make sentences using the following words and phrases.

(তলৰ শব্দ আৰু বাক্যাংশৰে বাক্য ৰচনা কৰা)

Ans:

Presently:

 He is presently a citizen of India.

(বৰ্তমান তেওঁ এজন ভাৰতীয় নাগৰিক)


Admirable: Our teacher has an admirable personality.

(আমাৰ শিক্ষকজনৰ এক আদৰণীয় ব্যক্তিত্ব আছে)

By and by: By the by, tell me where are you going?

(যি কি নহওঁক,তুমি ক’লৈ যোৱা মোক কোৱাচোন)

Make one's flesh crawl: 

His groaning made my flesh crawl.

(তাক কেকনি শুনি মোৰ গা শিয়ৰি গ’ল)

Nevertheless: Even tough she was very tired, she nevertheless played the game.

(যদিও তাই বহুত ভাগৰুৱা হৈ আছিল,তাই তথাপিও খেলখন খেলিলে)

Himadri Borah

M.A English