Manipur, the Jewel of the North-East | Lesson 6 | Class 8 Assam Jatiya Bidyalay Question and And Answer Assam |  Class 8 Assam Jatiya Bidyalay Suggestion and Notes Assam   


Chapter 6


Manipur, the Jewel of the North-East


Comprehension  

1. Answer each of the following questions in a single sentence.

(এটা বাক্যত উত্তৰ দিয়া)


a) Where does Smrití's uncle live? 

(স্মৃতিৰখুৰাক ক’ত বাস কৰে?) 

Ans: Smriti's uncle lives in Imphal, the capital city of Manipur. 

(স্মৃতিৰ খুৰাক মণিপুৰৰ ৰাজধানী ইম্ফল চহৰত বাস কৰে)


b) What is Manipur called ?

(মণিপুৰক কি বুলি কোৱা হয়?)

Ans: Manipur is called 'a land of jewels'. 

(মণিপুৰক মণি-মুকুতাৰ দেশ বুলি কোৱা হয়৷)


c)When did Manipur come under the British rule ? 

(মণিপুৰ কেতিয়া ব্ৰিটিছৰ শাসনলৈ আহিছিল?) 

Ans: Manipur came under the British rule in 1891.

(মণিপুৰ 1891চনত ব্ৰিটিছৰ শাসনলৈ আহিছিল)


d) When did it become a full fledged state of India ? 

(ই কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে এখন ভাৰতীয় ৰাজ্য হ’ল?)

 Ans: After independence of India in 1947 it became a full fledged state of India.

(1947 চনত ভাৰতৰ স্বাধীনতা লাভৰ পাছৰ পৰাই ই  সম্পূৰ্ণৰূপে এখন ভাৰতীয় ৰাজ্য হ’ল)


e) Who are the two Arjuna award winners from Manipur? 

(মণিপুৰৰ অৰ্জুন বঁটা বিজয়ী দুগৰাকী কোন?) 

Ans: The two Arjuna award winners from Manipur are Kunjarani Devi and Merykom.

((মণিপুৰৰ অৰ্জুন বঁটা বিজয়ী দুগৰাকী হ’ল কুঞ্জৰাণী দেৱী আৰু মেৰীকম)


f)What is the speciality of the Ima market? 

(ইমা বজাৰৰ বৈশিষ্ট্য কি?) 

Ans: The speciality of the Ima markeis that it is the biggest market in Asia which is run by women only.

(ইমা বজাৰৰ বৈশিষ্ট্য হ’ল এইখন কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হোৱা এছিয়াৰ সৰ্ববৃহৎ বজাৰ)


g)Where is the only floating national park of India situated ?

(ভাৰতৰ একমাত্ৰ ওপঙা ৰাষ্ট্ৰীয় উদ্যানখন ক’ত অবস্হিত?)

Ans: The only floating national park of India 'Keibul Lamjao' is situated in Manipur.

(ভাৰতৰ একমাত্ৰ ওপঙা ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজাও মণিপুৰত অৱস্থিত)


2. Give brief answers.

(চমু উত্তৰ দিয়া)

a) What is the unique feature of Manipuri culture ? 

(মণিপুৰী সংস্কৃতিৰ বিশেষ বৈশিষ্ট্য কি?) 

Ans: Manipur is very rich in culture. Many tribes like Meitei, Naga, Kuki, Mizo and some others have contributed to enrich its culture. The people of Manipur are artistic and creative by nature. Their handloom and handicraft products are the best examples of their artistic mind.

(মণিপুৰ সাংস্কৃতিক দিশত অত্যন্ত চহকী৷বিভিন্ন জলজাতি যেনে মেইটেই,নাগা,কুকি,মিজো আৰু অন্য কিছুমান জনজাতিয়ে ইয়াৰ সংস্কৃতিক চহকী কৰি তুলিছে৷মণিপুৰৰ লোকসকল শিল্পীসুলভ আৰু গঠনমূলক প্ৰকৃতিৰ)


b)Write the boundaries of Manipur. 

(মণিপুৰৰ চাৰিসীমা লিখা) 

Ans: To the north of the state there is Nagaland. Cachar district of Assam and Mizoram are to the west and south of the state respectively. To its east there is Myanmar.

(মণিপুৰৰ উত্তৰ দিশে আছে নাগালেণ্ড৷অসমৰ কাছাৰ জিলা আৰু মিজোৰাম ক্ৰমান্বয়ে পশ্চিম আৰু দক্ষিণ দিশে অৱস্থিত৷ইয়াৰ পূব দিশত আছে ম্যানমাৰ)


c)What are the festivals celebrated in Manipur? 

(মণিপুৰৰত কি কি উৎসৱ পালন কৰা হয়?)

Ans: Manipur is a place of festivals. One of the festivals is Laiharaoba' which is the main festival of Manipur. Some other popular festivals are Dol Jatra, Rath Jatra, Cheiraoba (The Manipuri New Year) etc.

(মণিপুৰ উৎসৱ প্ৰধান দেশ৷এইসমূহৰ মাজত পালন কৰা এটা উৎসৱ হ’ল লাইহিৰ’বা যি ইয়াৰ প্ৰধান উৎসৱ৷ইয়াত পালন কৰা অন্য কিছুমান জনপ্ৰিয়  উৎসৱবোৰ হ’ল যেনে দৌল যাত্ৰা,ৰথ যাত্ৰা,চ্ছেইৰ’ওবা(মণিপুৰি নৱবৰ্ষ আদি)


d)What is the historical importance of Moirang?

(মৈৰাঙৰ ঐতিহাসিক বৈশিষ্ট্য কি?)

Ans: The historical importance of Moirang is Netaji Subhas Chandra Bose hoisted the first flag of Azad Hind Fauz there.

(মৈৰাঙৰ ঐতিহাসিক বৈশিষ্ট্য হ’ল যে ইয়াতেই নেতাজী সুভাস চন্দ্ৰ বসুয়ে আজাদ হিন্দ ফৌজৰ প্ৰথম পতাকা উত্তোলন কৰিছিল৷)


3. What is the contribution of Manipur in the field of sports ?

(মণিপুৰৰ খেলজগতৰ দিশে কি অৰিহণা আছে?)

Ans: Manipur has contributed a lot in the field of sports.:The game of polo is believed to have originated in Manipur. This small state has produced some of the finest sport persons in India, both at the national and international levels. The weightlifter Kunjarani Devi has brought glory to Manipur as well as India by her performances in many international games. She was awarded the Arjuna award in 1990. Sanamacha Chanu is another prominent weightlifter from Manipur. Dingko Singh and M.C. Merykom.have also won many medals at the national and international level in boxing. Merykom was awarded with the Arjuna award in 2003. In football and hockey Manipuri players have shown their talent.

(মণিপুৰে ক্ৰিয়াজগতৰ ক্ষেত্ৰত অনেক অৱদান আগ বঢ়াইছে৷প’ল’ নামৰ খেলবিধ মণিপুৰতে আৰম্ভ হোৱা বুলি কোৱা হয়৷এই সৰু ৰাজ্যখনে ভাৰতৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কেইগৰাকীমান উল্লেখযোগ্য খেলুৱৈৰ জন্ম দিছে৷ভাৰোত্তোলক কুঞ্জৰাণী দেৱীয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি ভাৰত তথা মণিপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷তেওঁক 1990চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল৷চানামাচা চানু মণিপুৰৰ অন্য এগৰাকী প্ৰসিদ্ধ ভাৰোত্তোলক৷ডিংক’ সিং আৰু মেৰীকমেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিঙত অনেক পদক লাভ কৰিছে৷মেৰীকমক 2003চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল৷ফুটবল আৰু হকীৰ ক্ষেত্ৰতো মণিপুৰী খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে)


4. What are the places visited by Smriti during her stay in Manipur ?

(স্মৃতিয়ে মণিপুৰত কি কি ঠাইলৈ ফুৰিবলৈ গৈছিল?)

Ans: During her stay in Imphal, Smriti visited many places in and around the town. She liked Shri Shri Govindaji Temple which is adjacent to the Palace of Manipur. It is a sacred place for the Vaishnavites. Smriti visited Swahid Miner War Cemetry, Orchid Centre etc., with her aunt and cousins. Her aunt took her to the Ima market. It is probably the biggest market in Asia which is run by women only. Another beautiful place near Imphal is Moirang. This place has a historical importance. Netaji Subhas Chandra Bose hoisted the first flag of Azad Hind Fauz here. There is a museum here which is worth to be visited. She also visited the famous Loktak lake which is only three kilometres away from Moirang. Nest she went to the only floating national park of India 'Keibul Lamjao' is situated in Manipur where. Sangai', a rare species of deer is found.

(মণিপুৰত থকা কেইদিনত স্মৃতিয়ে চহৰৰ আশেপাশে থকা কেইবাখনো ঠাই ফুৰিবলৈ গৈছিল৷তাই শ্ৰীশ্ৰী গোবিন্দ জী মন্দিৰটো ভাল পাইছিল যিটো মণিপুৰৰ প্ৰাসাদটোৰ লগতি লাগি আছিল৷ই বৈষ্ণৱসকলৰ এক পবিত্ৰ ঠাই আছিল৷স্মৃতিয়ে তাইৰ খুৰীয়েক আৰু ভাই-ভনীসকলৰ সৈতে শ্বহীদ মিনাৰ ৱাৰ চিমেট্ৰি,অৰ্কিড কেন্দ্ৰ আদিলৈকো গৈছিল৷খুৰৱয়েকে তাইক ইমা মাৰ্কেটলৈ লৈ গৈছিল৷ই সম্ভৱতঃ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ বজাৰ যিখন কেৱল মহিলাৰ দ্বাৰা পৰিচালিত৷ইম্ফলৰ ওচৰতে থকা অন্য এখন ধুনীয়া ঠাই হ’ল মৈৰাং৷এই ঠাইডোখৰৰ এক ঐতিহাসিক গুৰুত্ব আছে৷ ইয়াতেই নেতাজী সুভাস চন্দ্ৰ বসুয়ে আজাদ হিন্দ ফৌজৰ প্ৰথম পতাকা উত্তোলন কৰিছিল৷ইয়াত এটা সংগ্ৰহালয়ো আছে যি সচাঁই চাবলগীয়া৷তাই লগতে লোকটাক হ্ৰদো চালে যি মৈৰাঙৰ পৰি মাত্ৰ তিনি কি মি দূৰত্বত অৱস্থিত৷ইয়াৰ পাছত তাই ভাৰতৰ একমাত্ৰ ওপঙা ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজাওলৈ গৈছিত য’ত চাঙাই নামৰ এবিধ বিশেষ প্ৰকৃতিৰ হৰিণ পোৱা যায়৷)


5. Find out the principal clauses, subordinate clauses and co-ordinate clauses from the following sentences. 

(প্ৰধান,গৌণ আৰু সমন্বিত বাক্যাংশ বিচাৰা) 


a) Tell me where you live. 

(তুমি ক’ত থাকা মোক কোৱা)

 Ans: Priciple clause :Tell me.

Sub. Clause:Where you live.


b) They returned when it was dark.

(তেওঁলোক আন্ধাৰ হোৱাৰ পাছত উভতি আহিল)

 Ans: principle clause:They returned

Sub  clause: when it was dark.


c) He is honest but his brother is dishonest. 

(তেওঁ সৎ যদিও তেওঁৰ ভাই অসৎ) 

Ans: co-ordinate clause: but his brother is dishonest


d) He is a teacher and his brother is a doctor. 

(তেওঁ এজন শিক্ষক যদিও তেওঁৰ ভাই এজন ডাক্তৰ) 

Ans: co-ordinate clause:but his brother is a doctor


e) You must work hard otherwise you will fail. 

(তুমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব নহ’লে তুমি পৰাজিত হ’বা) 

Ans: Principle clause:You must work hard

 clause: otherwise you will fail


f)I asked him how he did the sum.

(মই তাক কেনেকৈ অংকটো কৰিল সুধিছিলোঁ)

Ans: Principle clause :I asked him

Sub clause::How he did the sum


g) She was suffering from fever so she could not attend school. 

(তাইৰ জ্বৰ হৈ আছিল বাবে তাই স্কুল যাব পৰা নাছিল)

 Ans: Principle clause:She was suffering from fever

Sub clause:So she could not attend school


h) You must finish your homework or you will be punished.

(তুমি তোমাৰ গৃহকাৰ্য সমাপ্ত কৰিবই লাগিব নহ’লে তোমাক শাস্তি দিযা হ’ব)

Ans: Principle clause:you must finish your homework

Sub clause:or you will be punished.


6. Turn the phrases in italics into clauses by changing the non-finite verbs into finite verbs. 

(তলত দিয়া বাক্যবোৰৰ বাক্যাংশ সলনি কৰি তাৰ অকৰ্মক ক্ৰিয়াবোৰ সকৰ্মক ক্ৰিয়া কৰা) 

b)She is wearing a dress made of silk.  

Ans: She is wearing a dress which is made of silk.

(তাই এযোৰ কাপোৰ পিন্ধি আছি যি ছিল্কৰ পৰা প্ৰস্তুত কৰ হৈছে)


c)He is writing with a red pen.  

Ans: He is writing with a pen which is red.

(সি এটা কলমেৰে লিখি আছে যিটো ৰঙা ৰঙৰ)


d) Arjun saw the Mount Everest covered with snow.  

Ans: Arjun saw the Mount Everest which was covered with snow.

(অৰ্জুনে মাউণ্ট এভাৰেষ্ট দেখিছিল যি বৰফেৰে ঢাক খাই আছিল)


e) Give the cake to the crying child.  

Ans: Give the cake to the child who is crying.

(কেকটো সেইজন ল’ৰাক দিয়া যি কান্দি আছে)


f) The boy playing there is my brother.

Ans: The boy who is playing there is my brother.

(তাত যিজন ল’ৰাই খেলি আছে তেওঁ মোৰ ভাই হয়)


Vocabulary

7. Choose the correct word for each sentence. (Take help from a dictionary) 

(শুদ্ধ উত্তৰটো বাচি উলিওৱা) 

a)Thunder__ throughout the night. 

 (i) roared (ii) howled (iii) clattered

Ans: Thunder roared thoughout the night 

(গোটেই ৰাতি ধুমুহা বতাহ দিছিল)


b) The dishes__to the floor.  

(i) crashed (ii) collapsed (iii) rustled

Ans: The dishes crashed to the floor.

(কাঁহীকেইখন মজিয়াত পৰি ভাগি থাকিল)


c)  Dust was__ about the street.  

i) blowing (ii) whistling (iii) swinging

Ans: Dust was blowing about the street

(ৰাস্তাটোত ধুলিময় হৈ পৰিছে)


d) A time bomb -

(i) bangs (i) clicks (ii) ticks

Ans: A time bomb ticks.

(টাইম ব’মে টিক টিক কৰে)


e) I heard the- of horses' hoofs on the street.  

(i) clamp (ii) rattle (iii) buzz

Ans: I heard the clamp of horses' hoofs on the street.

(মই ৰাস্তাত ঘোঁৰাৰ খোজত শব্দ শুনিছিলো)


8. Match the antonyms.

(বিপৰীত শব্দ লিখা)

Ans:

Soft- hard

Arrival- deparature

Accept- reject

Gradually- suddenly

persuade - dissuade 


9. Make sentences with the following phrases. 

(টতট দিয়া বাক্যাংশৰে বাক্য লিখা) 

Ans: give up (to quit):Never give up on your dreams(নিজৰ সপোনবোৰ কেতিয়াও এৰি নিদিবা)

on account of:(on the occasion of):Our school organised a cultural night on account of its 25th foundation day.(আমাৰ বিদ্যালয়ে 25বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে)

 look into(to examine):I promised him that I'll look into the matter.(মই কথা দিছো যে মই ঘটনাটো ভালদৰে পৰীক্ষণ কৰিম)

 bring up(to raise):She brought up her sons really well.(তেওঁ নিজৰ ল’ৰা কেইটাক ভালদৰে ডাঙৰ দীঘল কৰিছে)


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------



Himadri Borah

(M.A in English)