নকবা নকবা মোক.... । জুবিন গাৰ্গৰ অসমীয়া গীত নকবা নকবা মোক.... । নকবা নকবা মোক জুবিনৰ গান । Zubeen Garg Assamese Song Nokoba Nokoba muk .... |
নকবা নকবা মোক......
হিয়া মোৰ জ্বলে
নেজানো নুবুজো নোৱাৰো যে
তোমাকে বুজাবলে
নকবা নকবা মোক........ ...... ....
সিচিলা মোৰ বুকুতে
আৱেগেৰে বৰষা
জ্বলালো মোৰ জীৱন
কৰিলো মন মোৰ চঞ্চল
ৰাতি দিন জীৱন কঠিন
তুমি সপোন অচিন
সিৰাই সিৰাই হেঁপাহ ৰঙীন
প্ৰতি প্ৰহৰ অসীম অসীম
ৰাতি দিন জীৱন....... ......
মোৰ দুচকোৰ জোনাকত ৰোৱাহি
নকবা নকবা মোক.............
জাকে জাকে আশাৰ পখী
নামি আজি তোমাক দেখি
যদি তুমি পোৱা বুজি
জাকে জাকে ...............
নুমুৱাহি দুখৰ চাকি
দিয়া দুবাহুত জিৰাব এধানি ।।
নকবা নকবা ................