কাৰ পৰশ.... |  জুবিন গাৰ্গৰ অসমীয়া গীত কাৰ পৰশ..... | Zubeen Garag  Assamese Song kar porokh | 


কাৰ পৰশ.... 

কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস 

কাৰ তিতা-মিঠা এশাৰী মাত 

জীয়াই থাকিবলে লাগে আমাক 

হুমুনিয়াহ চেচাঁ চেচাঁ  এই দুখেৰে কাহ 

কামিহাড় ভাঙি যোৱা বতাহ 

লাগে জানো আমাক জানো আমাক 

বুজি চাগে পোৱা পোৱা তুমি 

বুজি পাওঁচোন আমি ।


ঠুনুকা এই জীৱনতে 

এমুঠি হাঁহি পাবলে যে টান 

থকা সকলোথিনি হব অৱসান 


নিদ্ৰাৰ পৰা সাৰ পোৱা 

উছা জাগা আৰু জগোৱা 

চকু মেলি চোৱা পৰভাত 

হৃদয়ৰ পৰা দিয়া মাত 

বুজি চাগে পোৱা তুমি 

বুজি  পাওঁচোন আমি ।


সপোনৰে ৰং দুচকুতে লৈ 

কত যে শিশু আশা লৈ

নতুন আহিব জোৱাৰ আনিব 

শান্ত সুন্দৰ ফুলনি হৈ 


নিদ্ৰাৰ পৰা সাৰ পোৱা ..... ||