একবিংশ শতিকাৰ । একবিংশ শতিকাৰ জুবিন গাৰ্গৰ অসমীয়া গীত । Zubeen Garg Assamese Song Akobinso Shatika | 

 একবিংশ শতিকাৰ


একবিংশ শতিকাৰ প্ৰেম কাহিনী

ৰুমালেৰ ভাঁজতে স্মৃতিৰে ৰেঙণি

একবিংশ শতিকাৰ মোৰ কাহিনী

ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী

ৰুমালৰ ভাঁজে ভাঁজে দুখৰে বিননি

ৰুমালৰ কাহিনী, ৰুমালৰ জীৱনী

ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

আজি শেঁতা ৰুমাল ।

সেই কোন কাহিনী দেকৈা এযুৰি কাজল চকু

মনত পৰিলে আজি মোক শোকে খুন্দে বুকু

কৃষ্ণচূড়াৰ তলত, স্কুলৰ দুপৰীয়া

ক্লাচৰ ফাঁকে ফাঁকে ক’তনো উমাল কখা

লুটিয়াই চালে জীৱনি পাওঁ মাথোঁ

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

আজি শেঁতা ৰুমাল ।

শীতৰে সেমেকা এটি আবেলি আছে মনত

হঠাতে কাৰোবাক এৰি অহা বেদনাক প্ৰাণত

সিক্ত চকুৰ কাজল

অধত তৃষাৰ কোমল

আজলি ভৰাইল’লো সপোন চিকুণ কোমল

এসাদৰ মৰম নিগৰা সেই ৰুমাল

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল ৰুমাল ৰুমাল ৰুমাল

আজি শেঁতা ৰুমাল ।