অমানিশা সাৰে আছে..। অমানিশা সাৰে আছে জুবিনৰ অসমীয়া গান । জুবিনৰ গান অমানিশা সাৰে আছো । Zubeen garg Assamese Song Amanisha Sare Ase
অমানিশা সাৰে আছে
অমানিশা সাৰে আছে
আৰু আছো মই
এটি চগা ফৰি আছে
কেনি জ্বলিছে হৃদয় ।
নাই শেৱালি নাই
বকুলেও ঋতুলে আছে যে ৰৈ
খুলি খুলি পাহি সৰা
স্মৃতিয়ে মাথোঁ যাতনা বিলাই
অমানিশা সাৰে আছে...।
দূৰ পোহৰ দূৰ প্ৰহৰ
দূৰ তৰা দূৰ চহৰ
দেহ নিথৰ মন যথৰ
দিশহাৰা হৈছ পৰ।।
চাই ছবিকে হায়
কৰিছো নেদেখা জনক দোহায়
গলি গলি নদী হোৱা
চকুলোৱে গাতে সাগৰ তিয়াই
অমানিশা সাৰে আছে...........।
হাঁহি সাঁথৰ, চকুলো বাখৰ, চুলি বুকু হ’ল পাথৰ
মিঠা মাতৰ, মিঠা আদৰ, মিঠা আগাত হ’ল প্ৰাণৰ,
নিনাদেৰে আৱাহনী বিয়পায়
কঁপি কঁপি কান্দি উঠা কলিজাই
আজি পৃথিৱী কঁপায় ।
পৃথিৱী কঁপায়...।।
অমানিশা সাৰে আছে...........।