অনুৰাধা অনুৰাধা ... । জুবিনৰ অসমীয়া গান অনুৰাধা অনুৰাধা । অনুৰাধা অনুৰাধা জুবিনৰ অসমীয়া গান | Zubeen Garg Assamese Song Anuradha Anuradha |
অনুৰাধা অনুৰাধা ...
তোমাতে মই হম বিলীন
এন্ধাৰৰে চুকে চুকে
আছো মই তোমাতে লীন
অনুৰাধা....... অনুৰাধা..........
অনুৰাধা...... অনুৰাধা.........।
সময়ৰে খাজে খাজে বৈ আহে ৰাতি নিদ
হৃদয়ৰে সীমনাতে
অশ্ৰু নিগৰা বিন
অনুৰাধা.... অনুৰাধা ....
অনুৰাধা..... অনুৰাধা... ।
চকুৱেদি বৈ আহে
নিদ্ৰাহীন কবিতা
এন্ধাৰতো জ্বলি মৰে
নজ্লোৱা শলিতা
সপোনৰো শেষ আছে
শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথোঁ
হেৰুৱালোঁ ওঁঠৰ ভাষা
অনুৰাধা.... অনুৰাধা.....
অনুৰাধা..... অনুৰাধা......
চকুৰে নে বৈ বৈ
বৈ আহে নীৰৱতা
সুখে দুখে জীৱনে
দি যায় নীৰ ব্যাকুলতা
জীৱনৰো শেষ আছে
শেষ নহয় জিঞ্জাসা
মৃত্যুৱে চুমা যাচে
চুমাতেই যেন প্ৰত্যাশা
অনুৰাধা.... অনুৰাধা.....
অনুৰাধা.... অনুৰাধা..... ।
কবিতাৰে কাহিনী
শেষ হওঁ হওঁ অনুৰাধা
কবিতাৰে কাহিনী শেষ নহয় অনুৰাধা
কবিতাৰো শেষ আছে
শেষ নহয় স্তব্ধতা
শব্দবোৰ লেখি লেখি
চুবখোজে মৌনতা
অনুৰাধা... অনুৰাধা .... .
অনুৰাধা.... অনুৰাধা ।।