দাগ মোৰ বুকুতে ..। দাগ মোৰ বুকুতে জুবিনৰ অসমীয়া গান । জুবিন গাৰ্গৰ অসমীয়া গান দাগ মোৰ বুকুতে.... । Zubeen Garg Assamese Song Dag mur Bukute |
দাগ মোৰ বুকুতে....
দাগ মোৰ বুকুতে দাগ মোৰ চকুতে
দাগ মোৰ কলিজাতে ।
দাগ দাগ তেজতে দাগ দাগ প্ৰানতে
দাগ দাগ সকলোতে ।
দাগেই দাগ জীৱনত , দাগ মোৰ এই গান
দাগ মোৰ প্ৰতি চকুলোঁত
দাগ দাগ দুহাত।
দাগ মোৰ....
প্ৰতি পল তুমি লোৱা
প্ৰতি পল তুমি দিয়া
প্ৰতি পল মোক জগোৱা
প্ৰতি পল মোৰ হোৱা
হৈ হৈ তুমি মোৰ আঁতৰি দূৰত ৰৈ
বৈ বৈ নিজৰা হৈ সামৰো আশাৰ নৈ
দাগেই দাগ....
প্ৰতি পল তুমি আপোন
প্ৰতি পল তুমি সপোন
প্ৰতি পল তুমি মোক জগোৱা
প্ৰতি পল মোৰ নোহোৱা
হিয়াজুৰি থাকে মোৰ অপেক্ষা বসন্ত
বুকুতে লৈ আশাৰে আনন্দ
দাগেই দাগ.... ।।
0 Comments