হুৰ হুৰ হুৰ । জুবিন গাৰ্গৰ অসমীয়া গীত হুৰ হুৰ হুৰ । হুৰ হুৰ হুৰ জুবিনৰ অসমীয়া গীত । Zubeen Garg Assamese song Hur hur hur |
হুৰ হুৰ হুৰ....
হুৰ হুৰ হুৰাইদে
আপোন পথাৰখন মোৰলাইদে2
নমতা আলহী চোতাল ভৰিছে
অনেক কথাৰে তোৰ খুপনি পুতিছে
থলুৱাৰ পৰিচয় নৰ’ব গৈ
থলুৱা বুলি তোৰ চিনাকি দে ।
হুৰ হুৰ হুৰাই হুৰাই দে...।।
কোনবা কোঁচ, কোনজন ভূঞা
কোন আদিবাসী নে পাহৰীয়া 2
ধৰি ল’ জোৰকৈ একেডাল জৰি
খিলঞ্জীয়া অসমীয়া
ৰজাঘৰীয়াকো জনাদেশ লাগে
ৰজাপাত বিচাৰি আলহীক নেৰে
মাটি ঘৰ পথাৰ আনে খাইঐ
সিহঁতক তোৰ ধমকিতো দে....
হুৰ হুৰ হুৰাই দে....
আপোন পুথাৰখন মোৰলাইদে
চাৰিজন লগে হৈ দল এটি গঢ়িছে
জাতি এক বুলোতা সমাজখন জ্বলিছে2
কাৰ এটি আহে যায়
মাথোঁ তোৰ মোৰ...
হৈছে তেজ ৰঙাকৈ তেজ
টুকুৰা টুকুৰ অসমখন ভাঙিছে
খোৱা কামোৰাকৈ আপোনজন মৰিছে
অসমীয়া খিলঞ্জীয়া
হুৰ হুৰ হুৰাই দে...