কিনো সুৰীয়া গানেৰে । জুবিনৰ অসমীয়া গান কিনো সুৰীয়া গানেৰে । Zubeen Garg assamese song Kinu Shuriya Ganere |
কিনাে সুৰীয়া গানেৰে
কিননা সুৰীয়া গানেৰে
মােৰ মন আজি ভৰিলে ।।
তােমাকে পাই
মােৰাে মনে জানা
আছিলে যে সদায়
তােমাৰে গানৰে সুৰ
মনতে গুণ গুণাই
কিনাে সুৰীয়া - গানেৰে ...
বুকুৰে মাজতে কি জুই জ্বলে
দহননা যে মিঠা লাগে ।
পিৰিতিৰ উমেৰে ফু দি জ্বলােৱা
আৱেগৰে জুই ছাগে
বুকুৰে মাজতে ..............
নাই হােৱা এনে কাহানিও
জ্বলা নাই বুকুতে অৱেগেৰে জুই জ্বলে
অজানিতে উমি উমি বুকুতে।।
কিনাে সুৰীয়া ...।
জীৱন লগৰী হ'বলৈ আহিছে
হাত থােৱা হাততে
উজুতি - বিজুতি একোতে নেৰিবা
আবাটতে
কথা দিলোঁ মই মধু প্ৰহৰত
চকুত থৈ চকুতে
ময়াে কথা দিলোঁ পল - অনুপল
থাকিম মােৰ লগতে
কিনো সুৰীয়া ...।