নায়ক হব খুজি ... । নায়ক হব খুজি জুবিন গাৰ্গৰ অসমীয়া গান । জুবিনৰ অসমীয়া গান নায়ক হব খুজি .... । Zubeen Garg Assamese Song Nayok Hobo Khuji ... |  

নায়ক হব খুজি ... 




কিনো তই বিচাৰি আজি কিনো পালি 

বুজিবলৈ আছে কোন 

যাকেই আপোন বুলি লওঁ আঁকোৱালি 

সিয়ে   আঁতৰিলছোন 

কোনো নাই তাৰ কাষতে আজি 

আপোন বুলিবলৈ 

জনক অৰণ্যৰ মাজতো আছ অকলশৰে 


নায়ক হব সুজি খলনায়ক হলি 

কিনো বিধি সকৰুণ।।


জীৱনৰে প্ৰতি পল যাৰ বাবে বিলাইদিলি 

সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই 

কালিৰে তোৰ লগৰী আজি যে গল আতঁৰি 

জীৱনৰে প্ৰতি ...........


ভুলৰ বলি হলি তই ।।

নায়ক হব খুজি ...... 


মানুহৰে মনবোৰে  কিয় নিচিনিলি 

ফুলনিৰে কাঁইটকে ফুুল বুলি তুলিলি।।২


কাঁইটেযে বাকোহা দুহাতেৰে তেজে চাই 

বেজাৰ কৰি লাভ নাই 


নায়ক হব খুজি.... ।।