ৰাতিপুৱা শুই উঠি । জুবিনৰ অসমীয়া গান ৰাতিপুৱা শুই  উঠি । ৰাতিপুৱা শুই উঠি  জুবিনৰ গান । Zubeen Garg Assamese Song Ratipuya Khui Uthi |    

ৰাতিপুৱা শুই উঠি 


ৰাতিপুৱা শুই 
উঠি 

যাবৰে যে হয় স্কুললৈ 

গধুৰ গধুৰ  পঢ়াৰ বোজা 

কঢ়িযাওঁতেই  যায় দিন দূৰলৈ 

স্কুলৰ শেষত টিউচন কৰি 

ঘূৰি আহি  একো নেপাওঁ বিচাৰি 

হোম-ৱৰ্ক কৰি ভাগৰি 

বিছনাৰ কোলাকেই লওঁ সামৰি 


আমি যেন যন্ত্ৰ যন্ত্ৰ 

একো একোটা যন্ত্ৰ যন্ত্ৰ 

আমি আমি যেন যন্ত্ৰ

ৰাতিপুৱা শুই উঠি 

চাহত শোহা মাৰি পেপাৰ পঢ়ি 

একেই খবৰ একেই ছবি 

একেই মৰা-মৰি ঠগা-ঠগি 

ন বজাত গা ধুই উঠি 

পেট পুজা কৰি কাপোৰ পিন্ধি 

অফিচ কৰি দিনটো খাটি 

আবেলি ঘূৰি আহো চুচৰি 

আমি যেন যন্ত্ৰ যন্ত্ৰ 

একো একোটা যন্ত্ৰ..... 


ৰাতিপুৱা শুই উঠি 

বাগানত মৰ্নিং ৱাক হাতত কফি 

এ.চি গাড়ীত বিজনেছ কৰি 

দুটামান চহী মাৰি হওঁ  

হয় গধূলি ক্লাবৰ সময় 

হাতত হুইস্কি কাষত লোকৰ ঘৈনি 

ৰঙা নীলা ৰঙৰ পোহৰ 

ঢলং পলং হৈ ঘৰৰ উভতি 


আমি যেন যন্ত্ৰ যন্ত্ৰ 

একো একোটা যন্ত্ৰ

আমি আমি যেন যন্ত্ৰ


ৰাতিপুৱা শুই উঠি 

হাত ধৰা ধৰি বুঢ়া-বুঢ়ী 

মাতিবলে কোৰো সময় নাই 

চাহ টুপিলা থাকো আশা পালি 

বুঢ়া-বুঢ়ীৰ বুজা বুজি 

জীৱনযোৰা মৰম থাকো সাৱতি 

মায়া এৰি মোহ এৰি 

এৰি দিনৰ স্মৃতি সুঁৱৰি

আমি যেন যন্ত্ৰ 

একো একোটা যন্ত্ৰ..... ।। 

যন্ত্ৰ আমি আমি যেন যন্ত্ৰ 

একো একোটা যন্ত্ৰ..... ।।