ৰং তুমি হোৱানে.... । জুবিন গাৰ্গৰ অসমীয়া গান ৰং তুমি হোৱা.... ।  ৰং তুমি হোৱানে জুবিন গাৰ্গৰ অসমীয়া গান । Zubeen Garg Assamese Song Rong Tumi huya ne 


 ৰং তুমি হোৱানে 




ৰং তুমি হোৱানে , ৰং তুমি বুজানে 

ৰং তুমি দেখানে মৰমৰ মৰমৰ 

বুজি যদি নুবুজা দেখি যদি নেদেখা 

শুণি যদি নুশুনা মোৰ মন মোৰ মন 

ৰং তুমি ................


বুজা নুবুজা কথা কোৱা নোকোৱা ভাষা 

মিছাতে কিয় কোৱা 

বুজা নুবুজা ...............


ৰং যদি দেখিচাই মন কিয় দিয়া নাই 

জ্বলি জ্বলি এই হৃদয় হব ছাই 

ৰং তুমি .............


কাণ পাতি শুণাচোন 

কলিজাতে গুপুতে তুমি আছা প্ৰাণ হৈ 

কাণ পাতি .............


প্ৰাণ যদি গোপনে , সাঁচিচাযে যতনে 

সাৱতাহি কলিজাৰে উম হৈ 

ৰং তুমি ....... ।