ওলমি ওলমি থাকে । জুবিন গাৰ্গৰ অসমীয়া গান ওলমি ওলমি থাকে ...,.. । ওলমি ওলমি থাকে ...,.. জুবিন গাৰ্গৰ অসমীয়া গান । Zubeen Garg Assamese Song ulomi ulomi Thake |
ওলমি ওলমি থাকে ...
দুই ওঁঠতে হাঁহি
জিলিকা জিলিকা তৰা
মুকুটা দুপৰি
অইনা ঐ
অইনা ঐ
কইনা তুমি মোৰ ঘৰৰ লখিমী ।
কি সাধিলো কি মাগিলো
পালো যি পালো মৰমৰ তোমাৰ
মোৰ এন্ধাৰত মোৰ কাল ৰাতি
মচি মচি থলা গৈয়ে জোনাক
অইনা ঐ
অইনা ঐ
কইনা তুমি মোৰ ঘৰৰ লখিমী ।
কলিজাতে মোৰ তেজতে
উঠলি উঠিছে হেঁপাহ হুতাহ
আলফুলেকৈ ধৰো কি ধৰো
লগে নাপাওঁ উশাহতে উশাহ
অইনা ঐ
অইনা ঐ
কইনা তুমি মোৰ ঘৰৰ লখিমী ।।
ওলমি ওলমি ...................