সোণ ৰূপেৰেও ...। সোন ৰুপেৰেও .... জুবিনৰ অসমীয়া গান। Zubeen Garg Assamsese song Xun Rupereu |
সোন ৰুপেৰেও ...
এয়া অকমাণি আমাৰে পৃথিৱী
বতাহে বতাহে মৰম বৈ থাকে উমলি
সোণ ৰুপেৰেও ...
প্ৰতি ওঠৰ কথাবোৰে মুকুটাৰ কথাবোৰে মুকুতাৰে মালা গাঠে
চনেহৰে ছবি এয়া আনে দেখি নোপোৱা
মমতা এই দুহাতৰে বেলনিয়ে আনি দিয়ে
চিকুনি চিকুনি সপোনে আনে বুলি নোপোৱা
ধুমুহা ঢাকি থয় মলয়া সিঁচি ৰয়
আঁচলৰো এই আনে বতৰা
সোণ ৰুপেৰেও.....
মৰমৰে এনাজৰী বন্ধনে ৰাখে ধৰি
বুকুৱে বুকুৱে বাজি গোৱা উশাহৰ গান
এই মাটি এই আকাশ মানি ললো এই সৰগ
জনমে জনমে খোজো এনে সাধনাৰে ধন
বেলি নজ্বলিলেও জোন নগলিলেও
জিলিকিব মৰমৰ এই মন
সোণ ৰুপেৰেও ... ।।