বিত্তীয় বজাৰ | Financial Markets | Chapter 10 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Questions |

অনুশীলনী

😉 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice questions)ঃ-

(১) প্ৰাথমিক বজাৰ আৰু গৌণ বজাৰে (Primary and secondary Markets)---

(ক) প্ৰত্যেকে প্ৰত্যেকৰ সৈতে প্ৰতিযোগিতা কৰে (Compete with each other)

(খ) প্ৰত্যেকে প্ৰত্যেকৰ পৰিপূৰক (Complement each other)

(গ) স্বতন্ত্ৰভাৱে কাৰ্য কৰে (Function Independently)

(ঘ) প্ৰত্যেকে প্ৰত্যেকক নিয়ন্ত্ৰণ কৰে (Control each other) ।


(২) ভাৰতত সৰ্বমুঠ ষ্টক বিনিময় কেন্দ্ৰৰ সংখ্যা (Total number of Stock Exchanges in india are)--

(ক) ২০ টা (20)

(খ) ২১ টা (21)  

(গ) ২২ টা (22) 


 (৩) ৰাষ্ট্ৰীয় ষ্টক বিনিময় কেন্দ্ৰত লেনদেন / কিনা-বেচাৰ নিষ্পত্তি চক্ৰ (The settlement cycle in NSE is)--

(ক) টি + ৫ দিনীয়া (T + 5)

(খ) টি + ৩ দিনীয়া (T + 3)

(গ) টি + ২ দিনীয়া (T + 5)

(ঘ) টি + ১ দিনীয়া (T + 1) ।


(৪) ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক বিনিময় কেন্দ্ৰক ষ্টক বিনিময় কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয় (National Stock Exchange of India was recognized as stock exchange in the year)--

(ক) ১৯৯২ চনত (1992)

(খ) ১৯৯৩ চনত (1993)

(গ) ১৯৯৪ চনত (1994)

(ঘ) ১৯৯৫ চনত (1995) ।


(৫) ৰাষ্ট্ৰীয় ষ্টক বিনিময় কেন্দ্ৰই ভৱিষ্য লেনদেন আৰম্ভ কৰে (NSE commenced futures trading in the year)--

(ক) ১৯৯৯ চনত (1999)

(খ) ২০০০ চনত (2000)

(গ) ২০০১ চনত (2001)

(ঘ) ২০০২ চনত (2002) ।


(৬) ৰাষ্ট্ৰীয় ষ্টক বিনিময় কেন্দ্ৰৰ আজৰিকৰণ আৰু নিষ্পত্তিকৰণ কাৰ্যকৰীকৰণ সম্পন্ন কৰা হয় (Clearing and settlement operations of NSE is carrier out by)--

(ক) এন. এচ. ডি. এল. ৰ দ্বাৰা (NSDL)

(খ) এন. এচ. চি. চি. এল. ৰ দ্বাৰা (NSDL)

(গ) এচ. বি. আই. ৰ দ্বাৰা (SBI)

(ঘ) চি. ডি. এচ. এল. ৰ দ্বাৰা (CDSL)


(৭) ভাৰতীয় বাতায়ন বেষ্টনি বিনিময় / 'অভাৰ দ্য কাউণ্টাৰ একচেঞ্জ অৱ ইণ্ডিয়া' আৰম্ভ কৰা হৈছিল (OTCEI was started on the lines of)--

(ক) এন. এ. এচ. ডি. এ. কিউ. ৰ শাৰীত (NASDAQ)

(খ) এন. ওৱাই. এচ. ই. ৰ শাৰীত (NYSE)

(গ) এন. এ. এচ. এ. কিউ. ৰ শাৰীত (NASAQ)

(ঘ) এচ. এচ. ই. ৰ শাৰীত (NSE) ।


(৮) ভাৰতীয় বাতায়ন বেষ্টনি বিনিময়ত তালিকাভুক্ত হ'বলৈ কোম্পানি এটাৰ সৰ্বনিম্ন মূলধনৰ প্ৰয়োজন (To be listen on OTCEI, the minimum capital requirement for a company is)--

(ক) ৫ কোটি টকাৰ (Rs. 5 Corores)

(খ) ৩ কোটি টকাৰ (Rs.3 Corores)

(গ) ৬ কোটি টকাৰ (Rs. 6 Corores)

(ঘ) ১ কোটি টকাৰ (Rs. 1 Corores)


(৯) কোষাগাৰ বিল হৈছে মূলত (Treasury Bills are basically)--

(ক) হ্ৰস্ব-ম্যাদী পুঁজি ধাৰলৈ লোৱাৰ আহিলা (An instrument to borrow short term funds)

(খ) দীৰ্ঘ-ম্যাদী পুঁজি ধাৰলৈ লোৱাৰ আহিলা (An instrument to borrow long term funds)

(গ) মূলধন বজাৰৰ আহিলা (An instrument of capital market)

(ঘ) ওপৰৰ কোনোটোৱেই নহয় (None of the above) ।


😲 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions)

(১) বিত্তীয় বজাৰৰ কাৰ্যাৱলী কি কি ? (What are the functions of financial markets ?)

(২) 'মুদ্ৰাৰ বজাৰ হৈছে অত্যাৱশ্যকীয়ভাৱে হ্ৰস্ব-ম্যাদী পুঁজিৰ বাবে এক বজাৰ' ---আলোচনা কৰা । ("Money Market is essentially Market for short term funds". Discuss)

(৩) কোষাগাৰ বিল কি ? (What is Treasury Bill ?)

(৪) মূলধন বজাৰ আৰু মুদ্ৰাৰ বজাৰৰ মাজত পাৰ্থক্য দেথুওৱা । (What is REPO and Reverse REPO ?)

(৫) ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যাৱলী কি কি ? (Distingusih between Capital Market and Money Market.)

(৬) 'চেবি'ৰ উদ্দেশ্যৱলী কি কি ? (What are the objectives of SEBI ?)

(৭) এন এচ ই-ৰ উদ্দেশ্যাৱলী কি কি ? (What are the objectives of NSE ?

(৮) ওটকি কি ? (What is OTCEI ?)


😔 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (long answer type questions)

(১) মুদ্ৰা বজাৰৰ বিভিন্ন আহিলাসমূহ ব্যাখ্যা কৰা । (Explain the various Money Market Instruments.)

(২) প্ৰাথমিক বজাৰত বিক্ৰয়াৰ্থে প্ৰতিভূতি এৰি দিয়া / মেলি দিয়া পদ্ধতিবোৰ ব্যাখ্যা কৰা । (What are the methods of floatation in Primary Market.)

(৩) ভাৰতত শেহতীয়া মূলধন বজাৰৰ সংস্কাৰৰ গতিধাৰা ব্যাখ্য কৰা । (Explain the Capital Market reforms in India.)

(৪) চেবিৰ উদ্দেশ্যাৱলী আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা । (Explain the objectives and functions of SEBI.)

(৫) এন এচ ই-ৰ বিভিন্ন খণ্ডসমূহ ব্যাখ্যা কৰা । (Explain the various segments of NSE.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type: Madhushmita Hazarika.