lovlina borgohain



-------------------------------------------------------------------------

লাভলিনা বৰগোহাঁইৰ চমু জীৱনী 

⭐লাভলিনা বৰগোহাঁইৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰ তাৰিখৰ গোলাগাট জিলাত। তেওঁ পিতৃৰ নাম আছিল তিকেন বৰগোহাঁই আৰু মাতৃৰ নাম আছিল মামনী বৰগোহাঁই। তেখেতৰ পিতৃ এজন ক্ষুদ্ৰ ব্যৱসায়ী আছিল। লাভলিনা বৰগোহাঁইয়ে নিজৰ জীৱনটো এগৰাকী কিকবক্সাৰ হিচাপে আৰম্ভ কৰিছিল। কিন্তু তাৰ পিছত   তেখেতেঁ বক্সিংলৈ সলনি কৰিছিল । লাভলিনা বৰগোহাইক সন্ধ্য গুৰুঙে প্ৰশিক্ষন দিছিল ।  তেখেঁতে ২০১৮ চনত কমনৱেলথ গেমছৰ ৱেলটাৰৱেট বক্সিংত অংগ্ৰহন কৰিবলৈ সুবিধা লাভ পাইছিল । 

কমনৱেলথ গেমছত লাভলিনাই ফাইনেলত ইউকেৰ চেণ্ডি ৰিয়ানৰ হাতত পৰাস্ত হৈছিল ।  ফেব্ৰুৱাৰী ২০১৮ চনত অনুষ্ঠিত এক আন্তৰ্জাতিক বক্সিং চেম্পিয়নশ্বিপত – য'ত তেওঁ ৱেলটাৰৱেট শ্ৰেণীত সোণৰ পদক লাভ কৰিছিল।  তেওঁ ২০১৭ চনৰ নৱেম্বৰত ভিয়েটনামত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক আৰু ২০১৭ চনৰ জুনত আস্তানাত অনুষ্ঠিত প্ৰেচিডেণ্টছ কাপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।ইয়াৰ পিছতঁ তেওঁ ২০১৮ চনৰ জুনত মঙ্গোলিয়াৰ উলানবাটাৰ কাপত ৰূপৰ পদক আৰু ২০১৮ চনৰ ছেপ্টেম্বৰত পোলেণ্ডত অনুষ্ঠিত ১৩ তম আন্তঃৰাষ্ট্ৰীয় চিলেচিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০২০ চনৰ মাৰ্চ মাহত, বৰগোহাঁঁয়ে ২০২০ চনৰ এছিয়া আৰু ওচেনিয়া বক্সিং অলিম্পিক অৰ্হতা টুৰ্ণামেণ্টত উজবেকিস্তানৰ মাফতুনাখোন মেলিয়েভাৰ বিৰুদ্ধে ৫-০ ৰ জয়েৰে ৬৯ কিলোগ্ৰামত অলিম্পিকৰ স্থান সুৰক্ষিত কৰে। ইয়াৰ সৈতে, তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ হৈ পৰিছিল।লাভলিনা বৰগোহাঁয়ে চীনৰ গু হঙৰ ছেমিনেলীৰ  হাতত ৫-০ ৰ ৰায়ত পৰাজিত হয় আৰু এছিয়ান অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদকলাভ কৰে।       



Type-Arup Koch