নাম |
ক’ত আৱিস্কাৰ হৈছিল |
কিমান চনত আৱিস্কাৰ হয় |
বেডমিণ্টন (badminton) |
ইংলেণ্ডৰ
গ্লচেষ্টাৰশ্বায়াৰ নামৰ ঠাইত |
1873 চনত |
ফুটবল (Football) |
ইংলেণ্ডত |
1863 চনত |
শ্বুটিং (shooting) |
আমেৰিকাত |
1710 চনত |
বক্সিং (boxing) |
ইজিপ্ততত |
7 তম শতিকাৰত |
টেনিছ (tennis) |
ইংলেণ্ডত |
1873 চনত |
স্কোয়াছ (squash) |
ইংলেণ্ডত |
1830 চনত |
জিমনাষ্টিকচ (gymnastics) |
আমেৰিকাত |
1820 চনত |
এথলেটিকছ (athletics) |
উত্তৰ আমেৰিকাত |
1960 চনত |
টেবুল টেনিছ (table tennis) |
ইংলেণ্ডত |
1988 চনত |
এই খেলসমূহৰ বিষয়ে কিছু তথ্য়
বেডমিণ্টন (badminton):

বেডমিন্টনৰ খেলা Pitch খনৰ একক খেলৰ বাবে ১৩.৪ মিটাৰ দীঘল আৰু ৫.২ মিটাৰ বহল। ইয়াৰ উপৰিও 1.3 মিটাৰ স্পষ্ট স্থান আছে। বেডমিন্টন খেলটো ১৮৭৩ চনত ইংলেণ্ডৰ গ্লচেষ্টাৰশ্বায়াৰ নামৰ ঠাইত আৱিস্কাৰ হৈছিল।
ফুটবল (Football):

ফুটবল খেলৰ উৎপত্তি হৈছিল ১৮৬৩ চনত ইংলেণ্ডত। ফুটবল শব্দৰ অৰ্থ হৈছে "ফুট" মানে হৈছে ভৰি আৰু ভৰিৰে খেলা বল। এই খেলটোত দুটা দল থাকে তাৰে ভিতৰত এটা দলৰ সদশ্য় সংখ্য়া ১১ জনকৈ থাকে।
শ্বুটিং (shooting)

১৮৯৬ চনত আধুনিক খেল আৰম্ভ হোৱাৰ পৰা শ্বুটিং এটা অলিম্পিক খেল হৈ আহিছে। এই গেম আৱিস্কাৰ হৈছিল ১৭১০ চনত আমেৰিকাত। এই খেলটো বহুত জনপ্ৰীয় খেল ৰূপে পৰিচালিত হৈছে। অলিম্পিকত কোনো শ্বুটিং ইভেণ্টত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ বাবে নিম্নতম বয়সৰ প্ৰয়োজন নাই।
বক্সিং (boxing)

Boxing খেলটো ক্ৰিষ্টোফাৰ এজন ইংৰাজ সৈনিকে আৱিস্কাৰ কৰিছিল সপ্তম শতিকাৰৰ আৰম্ভনিত। বক্সিংক ১৯০৪ চনৰ পৰা অলিম্পিক গেমছ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু তাৰ পাছৰ পৰাই বক্সিং খেলে জনপ্ৰীয়তা লাভ কৰিছে।
টেনিছ (tennis)

টেনিছ হৈছে আয়তাকাৰ আকৃতিত পৃষ্ঠত খেলা এক খেল। টেনিছ খেল ১৮৭৩ চনত ইংলেণ্ডত আৱিস্কাৰ হৈছিল। টেনিছ কোৰ্ট এখনৰ দৈৰ্ঘ্য 78 ফুট একক খেলৰ বাবে। আনহাতে ডাবলছ খেলৰ কোৰ্ট36 ফুট। একক খেলৰ বাবে আদালতবোৰৰ বহল হৈছে ২৭ ফুট। ডাবলছ খেলৰ বাবে ২১ ফুট।
স্কোয়াছ (squash)

জিমনাষ্টিকচ (gymnastics)

জিমনাষ্টিকছ খেলটো ১৮২০ চনত আমেৰিকাত আৱিস্কাৰ কৰা হৈছিল। জিমনাষ্টিকছে এটা খেল হিচাপে আজি বিশ্বৰ জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। জিমনাষ্টিকছ খেলটোৱে আপোনাক সক্ৰিয় কৰি ৰাখে আৰু লগতে মনোযোগ উন্নত কৰে।
এথলেটিকছ (athletics):

এথলেটিকছ শব্দটো গ্ৰীক ভাষাৰ "এথলীত" শব্দৰ পৰা আহিছে।এথলেটিকছ খেলটো ১৯৬০ চনত উত্তৰ আমেৰিকাত আৱিস্কাৰ হৈছিল। এই খেলটোৱে অতি কম সময়ৰ ভিতৰতে বিশ্ববাসীৰ মাজত জনপ্ৰীয়তা লাভ কৰিছে।
টেবুল টেনিছ(table tennis):

টেবুল টেনিছ খেলটো হৈছে এটা অতি আমোদজনক খেল। ই অতি কম সময়ৰ ভিতৰতে বিশ্বৰবাসীৰ পৰা জনপ্ৰীয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। এই খেলটো ১৯৮৮ চনত ইংলেণ্ডত আৱিস্কাৰ হৈছিল।
Type Hirak Jyoti Bora